• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

1 month ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

9 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

9 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

10 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

10 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

10 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

11 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

13 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

14 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

14 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

15 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

16 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

editor by editor
May 4, 2026
in বাণিজ্য, বিবিধ, লেখা
0
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?
0
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

8th Pay Commission: প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰৰ বাবে এইটো এটা অতি আদৰণীয় খবৰ। বহু অপেক্ষাৰ অন্তত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনে যথেষ্ট দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ বাট মুকলি কৰে। যদি আপুনি কোনো চৰকাৰী বিভাগৰ অংশ, তেন্তে নতুন দৰমহাৰ গাঁথনিয়ে আপোনাৰ পকেটত কি প্ৰভাৱ পেলাব সেয়া বুজাটো অতি গুৰুত্বপূৰ্ণ। মুদ্ৰাস্ফীতিৰ এই যুগত নূন্যতম মৌলিক দৰমহা প্ৰায় তিনিগুণ বৃদ্ধিৰ উৰাবাতিয়ে কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙাইছে।

মৌলিক দৰমহা পোনপটীয়াকৈ ১৮ হাজাৰৰ পৰা ৫১ হাজাৰলৈ বৃদ্ধি পাবনে?

দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হ’লে নিম্নস্তৰৰ কৰ্মচাৰীসকলে সৰ্বাধিক লাভৱান হোৱাৰ আশা কৰা হৈছে। বৰ্তমান নূন্যতম মৌলিক দৰমহা ১৮,০০০ টকা হোৱাৰ বিপৰীতে নতুন গাঁথনিৰ অধীনত ই ৫১,৪৮০ টকালৈ বাঢ়িব পাৰে বুলি ধৰা হৈছে। অৱশ্যে এই বৃদ্ধি সকলো স্তৰতে একে নহ’ব। চৰকাৰৰ পে মেট্ৰিক্সত ১৮টা ভিন্ন স্তৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিজন কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত বিষয়াৰ বৃদ্ধি তেওঁলোকৰ বৰ্তমানৰ মৌলিক দৰমহা আৰু দৰমহাৰ স্তৰৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হ’ব।

আপোনাৰ হাতত থকা দৰমহা কেনেকৈ বৃদ্ধি পাব?

নতুন আয়োগৰ কাৰ্যভাৰ কেৱল দৰমহাৰ পৰিসংখ্যা বৃদ্ধি কৰাই নহয়, ইয়াৰ দ্বাৰা ভাট্টা নিৰ্ধাৰণৰ সমগ্ৰ ব্যৱস্থাটোও নতুন ৰূপ ল’ব পাৰে। ডিয়াৰনেছ এলাৱেন্সৰ স্তৰে (ডি এ) আপোনাৰ দৰমহা বৃদ্ধিৰ দিশটো পোনপটীয়াকৈ নিৰ্ধাৰণ কৰিব। তদুপৰি ফিটমেণ্ট ফ্যাক্টৰৰ সম্ভাৱ্য বৃদ্ধিয়ে কৰ্মচাৰীৰ মুঠ আয় নতুন উচ্চতালৈ লৈ যাব। ইয়াৰ দ্বাৰা কেৱল নিয়োজিত ব্যক্তিৰ মাহিলী হাতৰ উপাৰ্জনেই নহয়, অৱসৰৰ পিছত লাভ কৰা পেঞ্চন আৰু গ্ৰেচুইটিৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাব।

কেতিয়া টকা আহিব একাউণ্টত?

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই নতুন দৰমহাৰ গাঁথনি কেতিয়া কাৰ্যকৰী হ’ব। চৰকাৰী নথি অনুসৰি ২০২৫ চনৰ ১৭ জানুৱাৰীত অষ্টম দৰমহা আয়োগৰ বাবে এই অধিসূচনা জাৰি কৰা হৈছে।২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছে।২০২৭ চনৰ মাজভাগৰ ভিতৰত আয়োগে চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। পূৰ্বৰ পে কমিচনৰ ট্ৰেক ৰেকৰ্ডলৈ চালে সাধাৰণতে কমিটী গঠনৰ পৰা ইয়াৰ পৰামৰ্শ কাৰ্যকৰী হোৱালৈকে দুবছৰৰ পৰা সাড়ে তিনি বছৰ সময় লাগে। গতিকে কৰ্মচাৰীসকলে তেওঁলোকৰ বেংক একাউণ্টৰ প্ৰকৃত বৃদ্ধি দেখিবলৈ ২০২৬ বা ২০২৭ চনৰ শেষলৈকে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।

নতুন সূত্ৰ কোনে সিদ্ধান্ত লৈছে জানি লওক

এইবাৰ চৰকাৰে দৰমহাৰ গাঁথনি আৰু নতুন পেঞ্চনৰ সূত্ৰ গঢ় দিয়াৰ বাবে এক অতি সক্ষম আৰু অভিজ্ঞ দল থিয় কৰাইছে। এই গুৰুত্বপূৰ্ণ পেনেলৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য পুলক ঘোষ আৰু প্ৰাক্তন আই এ এছ বিষয়া পংকজ জৈন (সদস্য-সচিব)ও এই দলৰ মূল সদস্য। এই পেনেলে বন্ধ দুৱাৰৰ আঁৰত নহয়, মাটিত কাম কৰি আছে। ইতিমধ্যে কৰ্মচাৰী সংঘ, শ্ৰমিক সংগঠন, পেঞ্চনাৰ সংস্থাৰ সৈতে আলোচনা আৰম্ভ হৈছে। শেহতীয়াকৈ ২০২৬ চনৰ মাৰ্চৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কেইবাটাও ৰাউণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি সকলো অংশীদাৰৰ মতামত সংগ্ৰহ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ'ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.