• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

4 years ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

27 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

55 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

6 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

7 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

editor by editor
January 20, 2023
in জীৱনশৈলী, ভাৰত
0
ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিতৃ হীৰা ব্যৱসায়ী৷ কন্যা সন্ন্যাসী৷ কোটিপতি ব্যৱসায়ীৰ কন্যা কিয় হ’ল সন্ন্যাসী? মাত্ৰ ৯ বছৰ৷ ৯ বছৰতেই সন্যাস গ্ৰহণ কৰিছে এইগৰাকী কণমানিয়ে৷ পিতৃৰ কোটি কোটি সম্পদৰ প্ৰতি ৯ বছৰতেই ত্যাগ কৰিছে মোহ৷ গুজৰাটৰ হীৰা ব্যৱসায়ীৰ কন্যা দেৱাংশীয়ে কিয় ইমান কমবয়সতে লৈছে সন্যাস?

পিতৃ চুৰাটৰ লেখত লগ’বলগীয়া হীৰা ব্যৱসায়ী৷ ৩৫ হাজাৰ লোকক পিতৃয়ে দিছে কৰ্মসংস্থাপন৷ পিতৃৰ বাৰ্ষিক আয় ১০০ কোটিৰো অধিক৷ সোণৰ চামুছ মুখত লৈ জন্ম লোৱা দেৱাংশী কিন্তু সম্পদক লৈ সম্পূৰ্ণ উদাসীন৷ ঘৰত বিলাসী গাড়ীৰ বাহাৰ অথচ দেৱাংশীয়ে কোজ কাঢ়ি ভালপায়৷ শেহতীয়াভাৱে নাবালিকা দেৱাংশীয়ে প্ৰায় ৭০০ কিঃমিঃ খোজকাঢ়ি সন্যাসী হ’বলৈ আগবাঢ়িছে দেৱাংশী৷ ১৪ জানুৱাৰীত আৰম্ভ হৈছে দেৱাংশীৰ সন্যাস যাত্ৰা৷ এক বিশেষ সমাৰোহত দীক্ষা গ্ৰহণ কৰিছে দেৱাংশীয়ে৷

দেৱাংশী এই কোটি টকাৰ ব্যৱসায়ৰ দাবীদাব নহ’ব৷ সম্পদ, আ অলংকাৰ সকলো দেৱাংশীৰ বাবে ক্ষন্তেকীয়া মায়া মোহ৷ আধ্যাত্মিকতাতেই দেৱাংশীয়ে বিচাৰি পাইছে চৰম সুখ৷ দেৱাংশীৰ এই যাত্ৰাত সুখীনে পিতৃ-মাতৃ?

দেৱাংশীৰ এই নতুন যাত্ৰা সন্দৰ্ভত পৰিয়ালে দাঙি ধৰিছে মন্তব্য৷ পিতৃ-মাতৃয়ে জনোৱা অনুসৰি সৰুৰে পৰাই দেৱাংশী সা-সম্পদ এই বিষয়সমূহৰ প্ৰতি উদাসীন৷ আধ্যাত্মিক পৰিবেশেহে সৰুৰে পৰাই সুখী কৰে দেৱাংশীক৷ দেৱাংশীয়ে কুমাৰী দীক্ষা ল’ব খোজা বিষয়টোত পিতৃ মাতৃৰো আছে সম্পূৰ্ণ সহযোগ৷

শোভাযাত্ৰাৰে কুমাৰী দীক্ষাৰ বাবে পঠিওৱা হৈছে দেৱাংশীক৷ ২০ টা ঘোঁৰা ১১ টা উট এই যাত্ৰাৰ সহযাত্ৰী৷ কেইবালাখ লোক হ’ল এই যাত্ৰাৰ প্ৰত্যক্ষদৰ্শী৷ আধুনিক প্ৰযুক্তিৰে পৰিচিত হ’ব নোখোজা দেৱাংশীয়ে জানে ভাৰতৰ আটাইকেইখন মহাকাব্য৷ মাতিব পাৰে বহু সংস্কৃত শ্লোক৷ অন্য কণমানিতকৈ পৃথক দেৱাংশীৰ এই যাত্ৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বহুসংখ্যক সামাজিক মাধ্যম ইউজাৰকাৰীয়েই দেৱাংশীৰ এই চিন্তাক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Next Post
সুৰাপায়ীলৈ ভালখৱৰ! মুখ্যমন্ত্ৰীয়ে কৈছে মুকলিকৈ খাব পাৰিব সাজ, ৰহি…

সুৰাপায়ীলৈ ভালখৱৰ! মুখ্যমন্ত্ৰীয়ে কৈছে মুকলিকৈ খাব পাৰিব সাজ, ৰহি...

বিজেপিত যোগ নিদিলে ঘৰত বুলড’জাৰ চলিবই! মধ্যপ্ৰদেশৰ মন্ত্ৰীৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

বিজেপিত যোগ নিদিলে ঘৰত বুলড’জাৰ চলিবই! মধ্যপ্ৰদেশৰ মন্ত্ৰীৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.