• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
covishieldৰ ২ ড’জৰ ব্যৱধান ১২-১৬ সপ্তাহলৈ বৃদ্ধি

covishieldৰ ২ ড’জৰ ব্যৱধান ১২-১৬ সপ্তাহলৈ বৃদ্ধি

5 years ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

29 minutes ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

56 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

3 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

6 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

covishieldৰ ২ ড’জৰ ব্যৱধান ১২-১৬ সপ্তাহলৈ বৃদ্ধি

editor by editor
May 13, 2021
in ক'ভিড-১৯, ৰাজনীতি, স্বাস্থ্য
0
covishieldৰ ২ ড’জৰ ব্যৱধান ১২-১৬ সপ্তাহলৈ বৃদ্ধি
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ প্ৰতিষেধক covishield ভেকচিনৰ দুটা ড’জৰ মাজত সময়সীমা ১২ৰ পৰা ১৬ সপ্তাহলৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত আজি বৃহস্পতিবাৰে ঘোষণা আগবঢ়াইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে। পূৰ্বে covishieldৰ দুটা ড’জৰ ব্যৱধান আছিল ৬ৰ পৰা ৮ সপ্তাহ। এক বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। ইংলেণ্ডৰ ‘ৰিয়েল লাইফ এভিডেন্স’ৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কেন্দ্ৰৰ। টুইটযোগে স্পষ্ট কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে।

লক্ষণীয়ভাৱে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভেকচিনৰ নাটনিৰ সময়ত। যিসময়ত ৪৫ ঊৰ্ধ্বৰ পৰিৱৰ্তে ১৮ ঊৰ্ধ্বৰ লোকক ভেকচিন প্ৰদান কৰি থকা হৈছে এনে সময়তে ভেকচিনৰ নাটনি হোৱা পৰিস্থিতিত কেন্দ্ৰৰ এই সিদ্ধান্ত। আৰম্ভণিতে covishieldৰ দ্বিতীয়টো ড’জ ৪ৰ পৰা ৬ সপ্তাহৰ ভিতৰত, পৰৱৰ্তী পৰ্যায়ত ৪ৰ পৰা ৮ সপ্তাহৰ ভিতৰত, তাৰ পাছত ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰত প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল; আৰু এতিয়াৰে পৰা ১২ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত covishieldৰ দ্বিতীয়টো ড’জ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ‘নেচনেল টেকনিকেল এডভাইছ’ৰী গ্ৰুপ অন্ ইমিউনাইজেচন’ (ntagi)-এ চৰকাৰক পৰামৰ্শ দিয়া মতে দুটা ড’জৰ মাজত ব্যৱধান বৃদ্ধি কৰিলে বেছি ভাল ফলাফল লাভ কৰা যাব। ভাৰত বায়’টেকৰ দ্বাৰা উৎপাদিত covaxinৰ দ্বিতীয়টো ড’জৰ ব্যৱধান অৱশ্যে পূৰ্বৰ দৰেই অপৰিৱৰ্তিত ৰূপত ২৮ দিনেই ৰখা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covaxincovishield
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
Next Post
শুভ জন্মদিন মার্ক জুকাৰবার্গ

শুভ জন্মদিন মার্ক জুকাৰবার্গ

জিঅ’ৰ গ্ৰাহকৰ বাবে সুখবৰ

জিঅ’ৰ গ্ৰাহকৰ বাবে সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.