• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ অনলাইন ষ্ট্ৰীমিং

শীঘ্ৰেই আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ অনলাইন ষ্ট্ৰীমিং

5 years ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

29 minutes ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

2 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

11 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

12 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

12 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

13 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

14 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

14 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

15 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শীঘ্ৰেই আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ অনলাইন ষ্ট্ৰীমিং

editor by editor
June 8, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
শীঘ্ৰেই আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ অনলাইন ষ্ট্ৰীমিং
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আইনী প্ৰক্ৰিয়া, আদালত আৰু জনতাৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ উদ্দেশ্যে কেন্দ্ৰই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শীঘ্ৰেই দেশৰ সকলো উচ্চ ন্যায়ালয় আৰু জিলা আদালতৰ পৰা ন্যায়িক প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰীমিং আৰম্ভ হ’ব। এই সন্দৰ্ভত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে ন্যায়িক প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰীমিঙৰ বাবে খচৰা প্ৰকাশ কৰিছে। ন্যায়ালয়ৰ বিচাৰক, অধিবক্তা, ভুক্তভোগী আৰু সাক্ষী ভাষ্য তথা সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো লাইভ ষ্ট্ৰীমিঙৰ জৰিয়তে ঘৰত বহিয়েই সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিব। খচৰাত উল্লেখ অনুসৰি, ন্যায়িক কক্ষৰ ৫টা স্থানত কেমেৰা লগোৱা হ’ব। কিন্তু ন্যায়ালয়ৰ বাদে অন্য কোনো ব্যক্তিয়ে ইয়াৰ লাইভ ষ্ট্ৰীমিং কৰিব নোৱাৰিব। ৰেকৰ্ডিঙৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ন্যায়ালয়ে। এনে কৰিলে আইন, কপিৰাইট আৰু it আইনৰ অধীনত দণ্ডনীয় হ’ব ব্যক্তিগৰাকী। বিচাৰ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰীমিঙৰ ক্ষেত্ৰতো কিছু বিশেষ নিয়মাৱলী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। বিবাহ সম্বন্ধীয় ঘটনা, মহিলাৰ সন্মানহানিকাৰক কোনো ঘটনা, যৌন অপৰাধ, posco আৰু শিশু আইনৰ অধীনৰ কোনো গোচৰৰ ক্ষেত্ৰত লাইভ ষ্ট্ৰীমিং কৰা নহয়। এইসমূহ ৰেকৰ্ড কৰি ন্যায়ালয়ৰ নিজা ৱেৱচাইটত বিচাৰৰ ৩ দিন পাছত গুৰুত্বপূৰ্ণ অংশ আপলোড কৰিব ন্যায়ালয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24live streaming from court proceedingssupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?
ভাৰত

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

July 25, 2026
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে
ভাৰত

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
Next Post
৩ বছৰ বয়সৰ শিশুক কোভিড ভেকচিন প্ৰদানত অনুমতি চীনৰ

৩ বছৰ বয়সৰ শিশুক কোভিড ভেকচিন প্ৰদানত অনুমতি চীনৰ

ছাৰা আলী খান আৰু ৰিয়া চক্ৰৱৰ্তীয়ে একেলগে সেৱন কৰিছিল ড্ৰাগচঃ NCBৰ চাৰ্জশ্বীটত ৰিয়াৰ স্বীকাৰোক্তি

ছাৰা আলী খান আৰু ৰিয়া চক্ৰৱৰ্তীয়ে একেলগে সেৱন কৰিছিল ড্ৰাগচঃ NCBৰ চাৰ্জশ্বীটত ৰিয়াৰ স্বীকাৰোক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.