• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতিবিৰুদ্ধ ৩ কোটি পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ফেচবুকৰ

নীতিবিৰুদ্ধ ৩ কোটি পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ফেচবুকৰ

5 years ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

52 minutes ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

1 hour ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

3 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

4 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

12 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

13 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

13 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

14 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

16 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

17 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

18 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

নীতিবিৰুদ্ধ ৩ কোটি পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ফেচবুকৰ

editor by editor
July 3, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
নীতিবিৰুদ্ধ ৩ কোটি পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ফেচবুকৰ
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এতিয়াৰে পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নীতিবিৰুদ্ধ বিষয় উপস্থাপন তথা শ্বেয়াৰ কৰিব নোৱাৰিব কোনো লোকে। এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কিছু নতুন IT নিয়ম প্ৰৱৰ্তন কৰিছে। যাৰ অধীনত আইন উলংঘনকাৰী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক। সেই অনুসৰি, শুকুৰবাবে ৩ কোটিৰ অধিক বিষয়বস্তুৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে ফেচবুক কৰ্তৃপক্ষই। সংস্থাটোৰ মতে, আইন উলংঘনৰ বিষয়সমূহক ১০টা ভাগত ভাগ কৰা হৈছে। কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই। গুগল, কু এপৰ পাছত ফেচবুকে নীতিবিৰুদ্ধ বিষয় সন্দৰ্ভত চৰকাৰক তথ্য জনোৱাৰ পাছতে ইমষ্টাগ্ৰাম কৰ্তৃপক্ষইও এই সন্দৰ্ভত চৰকাৰক তথ্য দাঙি ধৰিছে। বৰ্তমানলৈকে ইমষ্টাগ্ৰামে ২ কোটিৰ অধিক বিষয়বস্তু সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। এনেধৰণৰ বিষয়বস্তু চিনাক্ত কৰিবলৈ আৰটিফিচিয়েল ইনটেলিজেন্সৰ ব্যৱহাৰ কৰিছে বুলিও দাবী কৰিছে ইনষ্টাগ্ৰামে। নতুন আইন মানি এইসমূহ তথ্য প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24facebook
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
Next Post
কোভিডৰ বিৰুদ্ধে ৭৭.৮ শতাংশ কাৰ্যকৰী কোভাক্সিন

কোভিডৰ বিৰুদ্ধে ৭৭.৮ শতাংশ কাৰ্যকৰী কোভাক্সিন

উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পুষ্কৰ সিং ধামীয়ে

উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পুষ্কৰ সিং ধামীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.