• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিৰুপতি মন্দিৰলৈ ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ তৰোৱাল দান

তিৰুপতি মন্দিৰলৈ ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ তৰোৱাল দান

5 years ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

60 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

1 hour ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

10 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

10 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

11 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

13 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

14 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

14 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তিৰুপতি মন্দিৰলৈ ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ তৰোৱাল দান

editor by editor
July 20, 2021
in গুৱাহাটী, বিবিধ, ভাৰত
0
তিৰুপতি মন্দিৰলৈ ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ তৰোৱাল দান
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তিৰুপতি বালাজী মন্দিৰলৈ ভক্তৰ সোণৰ তৰোৱাল দান। ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ তৰোৱাল আগবঢ়ায় হায়দৰাবাদৰ শ্ৰীনিবাস প্ৰসাদে। সোমবাৰে তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) কর্তৃপক্ষৰ হাতত সোণৰ তৰোৱালখন অৰ্পন কৰে শ্ৰীনিৱাস দম্পত্তীয়ে৷ দেওবাৰে শ্ৰীনিৱাস দম্পত্তীয়ে তিৰুমালাৰ ‘কালেক্টিভ গেষ্ট হাউচ’ত সংবাদ মাধ‍্যমৰ সন্মুখত তৰোৱালখন প্ৰদর্শন কৰে৷ বিগত এবছৰ ধৰি শ্ৰীনিৱাস দম্পত্তীয়ে তৰোৱালখন আগবঢ়াব বিচাৰি আছিল যদিও ক’ৰোনাৰ বাবে মন্দিৰ বন্ধ থকাত সেয়া সম্ভৱ হোৱা নাছিল৷ জানিব পৰা মতে সোণৰ তৰোৱাল ‘সূর্য কটাৰী’খন শ্ৰীনিৱাস দম্পত্তীয়ে তামিলনাডুৰ কইম্বাতুৰত বিশেষভাৱে প্ৰস্তুত কৰাইছে৷ তৰোৱালখন প্ৰস্তুত কৰোতে ৬ মাহ সময়ৰ প্ৰয়োজন হৈছিল৷ প্ৰস্তুত কৰাৰ সময়ত তৰোৱালখনৰ মূল‍্য আছিল ১.৮ কোটি টকা, কিন্তু বর্তমান সময়ত ইয়াৰ মূল‍্য হ’বগৈ প্ৰায় ৪ কোটি টকা৷ ইয়াৰ পূর্বেও তামিলনাডুৰ এগৰাকী ব‍্যৱসায়ী থংগা দোৰায়ে ২০১৮ চনত তিৰুমলাস্থিত ভগৱান ভেংকটেশ্বৰক ১.৭৫ কোটি টকা মূল‍্যৰ এখন সোণৰ তৰোৱাল দান হিচাপে আগবঢ়াইছিল৷ সেই সোণৰ তৰোৱাল ‘সূর্য কটাৰী’ প্ৰস্তুত কৰোতেওঁ প্ৰায় ৬ কিলোগ্ৰাম সোণৰ প্ৰয়োজন হৈছিল৷ উল্লেখ‍্য যে অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাত তিৰুমালা পাহাৰত নির্মাণ কৰা শ্ৰী ভেংকটেশ্বৰ মন্দিৰ এক প্ৰসিদ্ধ হিন্দু তীর্থস্থান৷ বহু শতিকা পূর্বে নির্মাণ কৰা এই মন্দিৰটো ভাৰতীয় বাস্তুকলা আৰু শিল্পকলাৰ এক উৎকৃষ্ট নিদৰ্শন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24gold swordtirupati temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
Next Post
বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজকুণ্ড্ৰাক আটক মুম্বাই আৰক্ষীৰ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজকুণ্ড্ৰাক আটক মুম্বাই আৰক্ষীৰ

মোদী চৰকাৰৰ ভয়ানক কাণ্ড

মোদী চৰকাৰৰ ভয়ানক কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.