মোদী চৰকাৰৰ ভয়ানক কাণ্ড। ফোন টেপিং কৰিছে সাংবাদিক, বিৰোধী নেতা আৰু বুদ্ধিজীৱীৰ। ইজৰাইলৰ ‘পেগাছাছ’ৰ সহায়ত কৰা হয় ফোন টেপিং। ৰাহুল গান্ধী, প্ৰশান্ত কিশোৰ, সাংবাদিক, কেন্দ্ৰীয় মন্ত্ৰীৰ ফোন টেপিং।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ