hslcৰ মূল্যায়ন কেলেংকাৰিয়ে কঁপাইছে সমগ্ৰ ৰাজ্য। উদ্বিগ্ন ছাত্ৰ-ছাত্ৰী, উদ্বিগ্ন অভিভাৱক। ইয়াৰ মাজতে কোনো কোনো অভিযুক্তক নিলম্বনৰ বিপৰীতে কোনো কোনোক কৰি দিয়া হৈছে মুকলি।