• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল

ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল

5 years ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান! নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

31 minutes ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

1 hour ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

1 hour ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

2 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

4 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

5 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

8 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল

editor by editor
July 30, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, শিক্ষা
0
ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। কেৱল ডিজিটেল মাধ্যমতহে উপলব্ধ হয় ফলাফল। দিনৰ ১১ বজাত ঘোষণা কৰা হয় ফলাফল। মেট্ৰিকত মুঠ উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ আৰু হাই মাদ্ৰাছাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। ৰাজ্যৰ বিভিন্ন জিলাৰ মেট্ৰিকৰ ফলাফল হৈছে-

কৰিমগঞ্জ- মুঠ পৰীক্ষাৰ্থী ১৪৮৫৪, উত্তীৰ্ণৰ হাৰ ৯০.০১ শতাংশ

কোকৰাঝাৰ- মুঠ পৰীক্ষাৰ্থী ১৬৮২৩, উত্তীৰ্ণৰ হাৰ ৯২.৪৪ শতাংশ

লখিমপুৰ- মুঠ পৰীক্ষাৰ্থী ১৮১০৩, উত্তীৰ্ণৰ হাৰ ৯৫.২৫ শতাংশ

মৰিগাঁও- মুঠ পৰীক্ষাৰ্থী ১২৪৪৬, উত্তীৰ্ণৰ হাৰ ৮৪.৯৭ শতাংশ

নগাঁও- মুঠ পৰীক্ষাৰ্থী ২১৭২৮, উত্তীৰ্ণৰ হাৰ ৮৯.৩২ শতাংশ

নলবাৰী- মুঠ পৰীক্ষাৰ্থী ১০৬৮৭, উত্তীৰ্ণৰ হাৰ ৯৭.১৮ শতাংশ

ডিমা হাচাও- মুঠ পৰীক্ষাৰ্থী ৩৩৫৮, উত্তীৰ্ণৰ হাৰ ৮৭.৪৫ শতাংশ

শিৱসাগৰ- মুঠ পৰীক্ষাৰ্থী ৮৮৩৮, উত্তীৰ্ণৰ হাৰ ৯৭.৭৭ শতাংশ

শোণিতপুৰ- মুঠ পৰীক্ষাৰ্থী ১৩৭৫৪, উত্তীৰ্ণৰ হাৰ ৯২.০৬ শতাংশ

তিনিচুকীয়া- মুঠ পৰীক্ষাৰ্থী ১৩৫৬৫, উত্তীৰ্ণৰ হাৰ ৯১.৬৫ শতাংশ

ওদালগুৰি- মুঠ পৰীক্ষাৰ্থী ১২৭৪৮, উত্তীৰ্ণৰ হাৰ ৯৪.২৫ শতাংশ

কামৰূপ (মেট্ৰ’)- মুঠ পৰীক্ষাৰ্থী ১৩৬৯২, উত্তীৰ্ণৰ হাৰ ৯১.০৯ শতাংশ

বিশ্বনাথ- মুঠ পৰীক্ষাৰ্থী ৯৮০৯, উত্তীৰ্ণৰ হাৰ ৯৯.৪০ শতাংশ

চৰাইদেউ- মুঠ পৰীক্ষাৰ্থী ৫২৮৪, উত্তীৰ্ণৰ হাৰ ৯৪.২৮ শতাংশ

হোজাই- মুঠ পৰীক্ষাৰ্থী ১০৬৫৭, উত্তীৰ্ণৰ হাৰ ৮৩.৪৯ শতাংশ

মাজুলী- মুঠ পৰীক্ষাৰ্থী ৩২৯৩, উত্তীৰ্ণৰ হাৰ ৯৭.৬৬ শতাংশ

দক্ষিণ শালমাৰা- মুঠ পৰীক্ষাৰ্থী ৪৫২৬, উত্তীৰ্ণৰ হাৰ ৮৯.৪২ শতাংশ

পশ্চিম কাৰ্বি আংলং- মুঠ পৰীক্ষাৰ্থী ৬১৪৮, উত্তীৰ্ণৰ হাৰ ৯২.৭৯ শতাংশ

ৰাজ্যৰ বিভিন্ন জিলাৰ হাই মাদ্ৰাছাৰ ফলাফল হৈছে-  

বৰপেটা- মুঠ পৰীক্ষাৰ্থী ২১১৩, উত্তীৰ্ণৰ হাৰ ৯৫.৬০ শতাংশ

বঙাইগাঁও- মুঠ পৰীক্ষাৰ্থী ৩৯৯, উত্তীৰ্ণৰ হাৰ ৮০.৭০ শতাংশ

বাক্সা- মুঠ পৰীক্ষাৰ্থী ১৭২, উত্তীৰ্ণৰ হাৰ ৯৯.৪২ শতাংশ

চিৰাং- মুঠ পৰীক্ষাৰ্থী ৮৪, উত্তীৰ্ণৰ হাৰ ৯৮.৮১ শতাংশ

কাছাৰ- মুঠ পৰীক্ষাৰ্থী ২৭১, উত্তীৰ্ণৰ হাৰ ৯৮.৫২ শতাংশ

ধুবুৰী- মুঠ পৰীক্ষাৰ্থী ১৯০৯, উত্তীৰ্ণৰ হাৰ ৮৯.২১ শতাংশ

দৰং-মুঠ পৰীক্ষাৰ্থী ৮১০, উত্তীৰ্ণৰ হাৰ ৯২.৪৭ শতাংশ

গোৱালপাৰা- মুঠ পৰীক্ষাৰ্থী ১৫২১, উত্তীৰ্ণৰ হাৰ ৯৬.৩৮ শতাংশ

হাইলাকান্দি- মুঠ পৰীক্ষাৰ্থী ৩৪৯, উত্তীৰ্ণৰ হাৰ ৯১.৬৯ শতাংশ

যোৰহাট- মুঠ পৰীক্ষাৰ্থী ৩২, উত্তীৰ্ণৰ হাৰ ৯৩.৭৫ শতাংশ

কামৰূপ(গ্ৰাম্য)- মুঠ পৰীক্ষাৰ্থী ৮১৯, উত্তীৰ্ণৰ হাৰ ৯০.৬০ শতাংশ

কৰিমগঞ্জ- মুঠ পৰীক্ষাৰ্থী ১৩২, উত্তীৰ্ণৰ হাৰ ৮৪.০৯ শতাংশ

কোকৰাঝাৰ- মুঠ পৰীক্ষাৰ্থী ১৪৩, উত্তীৰ্ণৰ হাৰ ৯৩.৭১ শতাংশ

লখিমপুৰ- মুঠ পৰীক্ষাৰ্থী ৭৫৭, উত্তীৰ্ণৰ হাৰ ৯৩.৯২ শতাংশ

মৰিগাঁও- মুঠ পৰীক্ষাৰ্থী ৩৮৯, উত্তীৰ্ণৰ হাৰ ৮৮.৪৩ শতাংশ

নগাঁও- মুঠ পৰীক্ষাৰ্থী ১৩৪০, উত্তীৰ্ণৰ হাৰ ৯৬.৩৪ শতাংশ

নলবাৰী- মুঠ পৰীক্ষাৰ্থী ৩১০, উত্তীৰ্ণৰ হাৰ ৯৭.১০ শতাংশ

শিৱসাগৰ- মুঠ পৰীক্ষাৰ্থী ৪৬, উত্তীৰ্ণৰ হাৰ ৯৭.৮৩ শতাংশ

শোণিতপুৰ- মুঠ পৰীক্ষাৰ্থী ২৬৮, উত্তীৰ্ণৰ হাৰ ৮৬.৫৭ শতাংশ

ওদালগুৰি- মুঠ পৰীক্ষাৰ্থী ৮, উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

বিশ্বনাথ- মুঠ পৰীক্ষাৰ্থী ১৭৭, উত্তীৰ্ণৰ হাৰ ৯৭.৭৪ শতাংশ

হোজাই- মুঠ পৰীক্ষাৰ্থী ৭৯, উত্তীৰ্ণৰ হাৰ ৯১.১৪ শতাংশ

দক্ষিণ শালমাৰা- মুঠ পৰীক্ষাৰ্থী ১৪৭, উত্তীৰ্ণৰ হাৰ ৯৭.২৮ শতাংশ

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24high madrassahsls result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
Next Post
অলিম্পিকত পদক নিশ্চিত লাভলীনাৰ, ৰূপৰ বাবে বিশ্বৰ শীৰ্ষ ৰেংকিঙৰ বক্সাৰৰ সৈতে হ’ব যুঁজ

অলিম্পিকত পদক নিশ্চিত লাভলীনাৰ, ৰূপৰ বাবে বিশ্বৰ শীৰ্ষ ৰেংকিঙৰ বক্সাৰৰ সৈতে হ’ব যুঁজ

নিশ্চিত হ’ল অলিম্পিকত অসমৰ প্ৰথমটো পদক

নিশ্চিত হ’ল অলিম্পিকত অসমৰ প্ৰথমটো পদক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.