• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
#BoycottSalmanKhan অভিযান, টুইটাৰৰ ট্ৰেণ্ডিঙত ছুপাৰষ্টাৰ ছলমান খানৰ নাম

#BoycottSalmanKhan অভিযান, টুইটাৰৰ ট্ৰেণ্ডিঙত ছুপাৰষ্টাৰ ছলমান খানৰ নাম

5 years ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

9 minutes ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

47 minutes ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

15 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

16 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

16 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

16 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

18 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

18 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

19 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

19 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

20 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

#BoycottSalmanKhan অভিযান, টুইটাৰৰ ট্ৰেণ্ডিঙত ছুপাৰষ্টাৰ ছলমান খানৰ নাম

editor by editor
August 27, 2021
in গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
#BoycottSalmanKhan অভিযান, টুইটাৰৰ ট্ৰেণ্ডিঙত ছুপাৰষ্টাৰ ছলমান খানৰ নাম
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পূৰ্বৰ বহু অনুৰাগী আজি ছলমান খানৰ বিৰোধী৷ শেহতীয়াকৈ টুইটাৰৰ ট্ৰেণ্ডিঙত আছে ছুপাৰষ্টাৰ ছলমান খানৰ নাম৷ কিন্তু ‘বিং হিউমেন’ৰ বাবে নহয়, ছলমান খানক বয়কট কৰাৰ বাবেহে বহু ব্যৱহাৰকাৰীয়ে দাবী উত্থাপন কৰিছে টুইটাৰত৷  যদিও এইটো একেবাৰে অসম্ভৱ, কিন্তু #BoycottSalmanKhan হেছটেগৰ জৰিয়তে বলীউড ইণ্ডাষ্ট্ৰীৰ পৰা ছলমানক বহিষ্কাৰ কৰাৰ দাবী বহু লোকৰ৷ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুটৰ বিষয়টো পুনৰ উত্থাপন কৰি টুইটাৰত এই আপীল সুশান্তৰ অনুৰাগীৰ৷ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে খঙতে ছলমান খানক ৰাক্ষস আৰু বুঢ়া বুলি ক’বলৈও কুণ্ঠাবোধ কৰা নাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত৷ Ektap2114 নামৰ ব্যৱহাৰকাৰীগৰাকীয়ে কয়, ‘এসময়ত মই এই ৰাক্ষসটোৰ অনুৰাগী আছিলো, যাক বিং হিউমেন বুলি কোৱা হৈছিল৷ বৰ্তমান মই এই ট্ৰেণ্ডৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো আৰু এই দানৱক সমৰ্থন জনোৱাৰ বাবে নিজকে অভিশাপ দিছো’৷ আৰু #BoycottSalmanKhan টুইটৰ ৰি টুইট কৰিছে সুশান্তৰ বহু অনুৰাগীয়ে৷

One time of fan of this monster called being human, I support wholeheartedly this trend #BoycottSalmanKhan and curse myself a lot forever praising these monsters

SSR DESERVES JUSTICE

— Ektap2114 (@ektap2114) August 25, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24boycott salman khanSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
Next Post
বন্ধ হ’ব সৰুসজাইৰ কোভিড হাস্পতাল

বন্ধ হ’ব সৰুসজাইৰ কোভিড হাস্পতাল

কংগ্ৰেছৰ ভিতৰ চ’ৰাত এতিয়া আত্মবিশ্লেষণ

কংগ্ৰেছৰ ভিতৰ চ’ৰাত এতিয়া আত্মবিশ্লেষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.