বন্ধ হ’ব সৰুসজাইৰ কোভিড হাস্পতাল। বেক্টেৰিয়াৰ আক্ৰমণত হাস্পতালত আতংক। এইবাৰ SCRUB বেক্টেৰিয়াৰ সংক্ৰমণ।