গৰুৰ ছিণ্ডিকেট পুৰণি হ’ল৷ গৰুৰ ছিণ্ডিকেটৰ ওপৰত চোকা দৃষ্টি চৰকাৰৰো৷ সেয়ে ছিণ্ডিকেট বাহিনীৰ চকু ছাগলীৰ ওপৰত৷