• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
green diwali

দীপাৱলীৰ প্ৰাকক্ষণত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ কেতবোৰ নিৰ্দেশনা জাৰি, ৰাজ্যবাসীলৈ গ্ৰীণ দীপাৱলী উদযাপনৰ আহ্বান

5 years ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

3 minutes ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

34 minutes ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

1 hour ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

2 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

3 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

3 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

4 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

4 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

5 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

7 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দীপাৱলীৰ প্ৰাকক্ষণত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ কেতবোৰ নিৰ্দেশনা জাৰি, ৰাজ্যবাসীলৈ গ্ৰীণ দীপাৱলী উদযাপনৰ আহ্বান

editor by editor
October 25, 2021
in অসম, গুৱাহাটী, ভাৰত
0
green diwali
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমাগত দীপাৱলী৷ শাৰদীয় সুবাসভৰা পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ আছে এক সুকীয়া সৌন্দৰ্য৷ আন্ধাৰ আঁতৰাই পোহৰ বিলোৱাৰ উদ্দেশ্যে পালন কৰা হয় পোহৰৰ উৎসৱ৷ মনৰ অজ্ঞান আন্ধাৰ আঁতৰাই জ্ঞানৰ পোহৰ বিলোৱাটোৱেই দীপাৱলীৰ মূল উদ্দেশ্য৷ দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ গ্ৰীণ দীপাৱলী উদযাপনৰ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ৷ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে দেৱালীৰ প্ৰাকমুহূৰ্তত জাৰি কৰিছে কিছু নিৰ্দেশনা৷ এইবাৰ আতচবাজীৰ পৰিৱৰ্তে মাটিৰ চাকিৰে দীপাৱলীৰ আকাশ পোহৰাব ৰাজ্যবাসীয়ে৷ গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)ৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই আহ্বান প্ৰশাসনৰ৷ ৰাজ্যৰ প্ৰতিগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলকো নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ৷ নিশা ৮বজাৰ পৰা ১০বজালৈ কেৱল ২ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকা। উচ্চ প্ৰাবল্যযুক্ত ফটকা ফুটুৱাতো নিষেধাজ্ঞা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ। বিশেষকৈ দীপাৱলীৰ নামত পৰিবেশ প্ৰদূষণৰ লগতে তীব্ৰ প্ৰাবল্যৰ আতচবাজীৰ শব্দই পশু-পক্ষীৰ ক্ষেত্ৰত সৃষ্টি কৰা সমস্যাৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ban on firecrackersgreen diwali
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
Next Post
বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য সাহিত্য সভাৰ, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী মুখ্যমন্ত্ৰীলৈ

বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য সাহিত্য সভাৰ, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী মুখ্যমন্ত্ৰীলৈ

বৰাগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দৃশ্যায়ন

বৰাগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দৃশ্যায়ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.