• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য সাহিত্য সভাৰ, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী মুখ্যমন্ত্ৰীলৈ

বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য সাহিত্য সভাৰ, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী মুখ্যমন্ত্ৰীলৈ

5 years ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

4 minutes ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

2 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

2 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

3 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

3 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

4 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

5 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

6 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

7 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

8 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য সাহিত্য সভাৰ, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী মুখ্যমন্ত্ৰীলৈ

editor by editor
October 25, 2021
in অসম, গুৱাহাটী, বিশ্ব
0
বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য সাহিত্য সভাৰ, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী মুখ্যমন্ত্ৰীলৈ
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শেহতীয়া বৰাক কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুক্তৰাজ্য অসম সাহিত্য সভা শাখাৰ৷ অসমৰ চাৰিসীমাৰ ভিতৰত অসমৰ চৰকাৰী ভাষাক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী যুক্তৰাজ্য সাহিত্য শাখাৰ৷ শিলচৰত অসমীয়া ভাষাৰ হৰ্ডিঙত ক’লা ৰং সনা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এক প্ৰস্তাৱ আগবঢ়াইছে সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই৷ ‘অসমীয়া সমগ্ৰ অসমৰ বাবে গ্ৰহণযোগ্য চৰকাৰী ভাষা৷ ঠাইবিশেষে দ্বিতীয় চৰকাৰী অনুমোদিত ভাষা হ’লেও অসমীয়া ভাষাক ক’লা ৰং সানি অপমান কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়’৷ এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে যুক্তৰাজ্য অসম সাহিত্য সভাই৷ অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা৷ ইয়াত কাৰো দ্বিমত হোৱাৰ কাৰণ নাই৷ গতিকে ভাষাকেন্দ্ৰিক এই বিতৰ্কৰ ওৰ পেলাবলৈ চৰকাৰ তথা ৰাইজলৈ আহ্বান জনাইছে সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই৷ উল্লেখ্য, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যাকাত অংকুৰ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈও পূৰ্বে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছিল সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam sahitya sabhaaxom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?
অসম

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

October 16, 2026
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
Next Post
বৰাগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দৃশ্যায়ন

বৰাগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দৃশ্যায়ন

অবৈধ নিৰ্মাণৰ বিৰুদ্ধে সৰৱ GMC

অবৈধ নিৰ্মাণৰ বিৰুদ্ধে সৰৱ GMC

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.