• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
covid vaccination

‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচী, ২৭ নবেম্বৰৰ ভিতৰত ১০০ শতাংশ টীকাকৰণ সম্পূৰ্ণ কৰিব ৰাজ্যত

5 years ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

3 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

3 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

4 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

4 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

5 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

6 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

7 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

7 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

8 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

9 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচী, ২৭ নবেম্বৰৰ ভিতৰত ১০০ শতাংশ টীকাকৰণ সম্পূৰ্ণ কৰিব ৰাজ্যত

editor by editor
November 10, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, স্বাস্থ্য
0
covid vaccination
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যত ১০০ টীকাকৰণ সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ৷ ‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে৷ এই কাৰ্যসূচীৰ অধীনত ৮ নবেম্বৰৰ পৰা ২৭ নবেম্বৰৰ ভিতৰত প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত ১০০ শতাংশ যোগ্যলোকক প্ৰতিষেধক প্ৰদান কৰিব৷ প্ৰথম পৰ্যায়ত প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত স্বাস্থ্যকৰ্মী, আশাকৰ্মী, আংগনবাড়ী কৰ্মী, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত একোটাকৈ দলে ঘৰে ঘৰে গৈ জৰীপ ভিত্তিক প্ৰতিবেদন দাখিল কৰিব লাগিব৷ ইয়াৰ উপৰি দ্বিতীয় পৰ্যায়ত ২২ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, মুখ্যসচিবকে ধৰি আয়ুক্ত-উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকল প্ৰত্যেকেই কমেও এপালি প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিশ্চিত কৰিব লাগিব৷ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত বাহৰ পাতিব লাগিব বিভাগীয় কৰ্মচাৰীয়ে৷ ৯ নবেম্বৰত সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷  প্ৰতিগৰাকী বিষয়াক ‘ঘৰে ঘৰে পদাৰ্পণ’ কাৰ্যসূচীৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in Assamcovid vaccinationhimanta biswa sharmaT-20 world cup update
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
Next Post
ধন ঘটাকেই যদি আমি সৰ্বস্ব বুলি ভাবো তেন্তে এনেকুৱাই গতি হ’ব…

ধন ঘটাকেই যদি আমি সৰ্বস্ব বুলি ভাবো তেন্তে এনেকুৱাই গতি হ’ব…

falguni nayar

সপোন বাস্তবায়িত কৰাৰ সাহস ৰাখিব লাগে প্ৰতিগৰাকী মহিলাই, অনুপ্ৰেৰণাৰ উৎস স্ব-প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ী ফাল্গুনী নায়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.