• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক

এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক

6 years ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

20 minutes ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

50 minutes ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

2 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

19 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

20 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

20 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

21 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

22 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

22 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

23 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

23 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক

আটক দুই যুৱক

editor by editor
July 18, 2020 - Updated on July 19, 2020
in চিনেমা, বিনোদন, ভাৰত
0
এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডত এতিয়া ধর্ষণ-হত‍্যাৰ ভাবুকি৷ আলিয়া ভাট, ৰিয়া চক্ৰৱর্তীৰ পাছত পশ্চিমবংগৰ অভিনেত্ৰী স্বস্তিকা মুখাপাধ‍্যায়ক এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি৷ বিগত ২৬ জুনত এটা সংবাদ মাধ‍্যমে স্বস্তিকাৰ মন্তব‍্যৰ ভুল ব‍্যাখ‍্যা কৰি বাতৰি প্ৰচাৰ কৰিছিল যে স্বস্তিকাই কৈছে ‘আত্মহত‍্যা আজিকালি এটা ফেশ্বন’৷ কিন্তু প্ৰকৃততে স্বস্তিকাই তেনেধৰণৰ কোনো মন্তব‍্য কৰা নাছিল বুলি দাবী কৰিছে৷ ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্বস্তিকাক বহুতেই অশ্ৰাব‍্য গালি-গালাজ পাৰিছিল৷ ইয়াৰ মাজতেই কোনো দুর্বৃত্তই স্বস্তিকাক এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি দিছিল৷ স্বস্তিকাই কলকাতাৰ চাইবাৰ ক্ৰাইমত দুর্বৃত্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ সেই অভিযোগৰ ভিত্তিত বর্ধমানৰ পৰা আৰক্ষীয়ে শুভম চক্ৰৱর্তী নামৰ এজন যুৱকক আটক কৰিছে৷ ইয়াৰ উপৰিও হুগলিৰ পৰা কৌশিক দাস নামৰ আন এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে৷ ধৃত দুয়োয়ে আৰক্ষীৰ জেৰাত অপৰাধৰ কথা স্বীকাৰ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Bollywoodswastika mukhopadhyay
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
Next Post
asom-live-24

গাখীৰৰ পৰা ক'ৰোনা হব পাৰে নেকি?

ৰাইজৰ কাষত আঞ্চলিক গণ মৰ্চা

ৰাইজৰ কাষত আঞ্চলিক গণ মৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.