• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

5 years ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

23 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

1 hour ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

2 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

3 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

16 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

17 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

18 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

19 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

19 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

20 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

editor by editor
January 6, 2022
in অপৰাধ, অসম
0
স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজানত সংঘটিত হৈছে এক জঘন্য ঘটনা। এটা ভণ্ডবাবাৰ কামনাৰ বলি হল এগৰাকী ন-বোৱাৰী৷ ভণ্ডবাবাক সান্তনা দিবলৈ অমান্তি হোৱাত নিজ পত্নীক আমানুসিক শাস্তি বিহি ঘৰৰ পৰা খেদি পঠিয়ালে এগৰাকী নৱ বিবাহিতা বোৱাৰীক ৷  সাংবাদিকৰ আগত চিঞৰি চিঞৰি বৰ্ণনা কৰিলে বোৱাৰী গৰাকীৰ বৈবাহিক জীৱনত ঘটা তিক্ত কাহিনী৷

ভণ্ডবাবাটোৰ নাম হজৰত আলী ওৰফে চয়তান ৷  গাত ঐশ্যৰিক শক্তি থকা বুলি নিজকে ভগৱানৰ সমতুল্য বুলি পৰিচয় দি পৰস্ত্ৰীৰ সৈতে সহবাস  কৰাটোৱেই হৈছে হজৰত আলী ওৰফে চয়তানৰ প্ৰধান কাম ৷ অভিযোগ মতে, ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ১১ নং বাহাদুৰটাৰী গাঁৱৰ এগৰাকী শিক্ষিত যুৱতীয়ে বিয়াত বহিছিল ছয়গাঁৱৰ লাৰুৱাজান গাঁৱৰ কাবেল উদ্দিন নামৰ যুৱকৰ সৈতে ৷  বিবাহৰ পিছৰে পৰা ভণ্ডবাবা চয়তানে নজৰ দিছিল নৱবিবাহিতা বোৱাৰীজনীক৷  স্বামী কাবেল উদ্দিন আৰু শাহুৱেকৰ সন্মতি সাপেক্ষে হজৰত আলী ওৰফে চয়তানে কেবাবাৰো ধৰ্ষণ  কৰিছিল নৱবিবাহিতা বোৱাৰীগৰাকীক ৷

পিছলৈ শিক্ষিত বোৱাৰীগৰাকীয়ে এনে জঘন্য কামৰ বিৰোধিতা কৰাৰ বাবেই স্বামী আৰু শাহুৱেকে মিলি অকথ্য নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিয়ে বোৱাৰীগৰাকীক ৷  অৱশেষত  জোৰশিমুলী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী বোৱাৰীগৰাকী৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো এজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom liv3 24bhanda babawomen raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
Next Post
book launching

অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষৰ উন্মোচন। অসমীয়া বিজ্ঞান সাহিত্যলৈ ক্ষীৰধৰ বৰুৱাৰ বিশিষ্ট অৱদান

অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.