• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

4 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

13 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

14 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

15 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

15 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

15 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

16 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

17 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

17 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

18 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

20 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

20 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

editor by editor
January 7, 2022 - Updated on January 8, 2022
in অসম, স্বাস্থ্য
0
অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

new-sop-in-assam-from-friday

0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা অসমত কোভিডৰ নতুন SOP। ৰাজ্যত এইপৰ্যন্ত অমিক্ৰনত আক্ৰান্ত ৯ জন। ডিব্ৰুগড়, হোজাই, যোৰহাট, গুৱাহাটীত কোভিডৰ সংক্ৰমণ বৃদ্ধি। কোভিডৰ হটস্পট গুৱাহাটী। অমিক্ৰনৰ হটস্পট ডিব্ৰুগড়। ২৭ ডিচেম্বৰত কোভিডৰ টেষ্ট বৃদ্ধি। অসমত অমিক্ৰনত আক্ৰান্ত যথেষ্ট হৈছে। অমিক্ৰনৰ টেষ্ট এক দীঘলীয়া প্ৰক্ৰিয়া।

দুই-এদিনত বৃদ্ধি পাইছে কোভিডৰ আক্ৰান্তৰ সংখ্যা। কোভিডৰ বিৰুদ্ধে যুঁজৰ মূল অস্ত্ৰ টেষ্টিং। এদিনত ১ লাখ টেষ্টিঙৰ লক্ষ্য চৰকাৰৰ। অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। বিমান বন্দৰ, ৰে’লৱে ষ্টেচনত টেষ্টিং বাধ্যতামূলক। দুপালি ভেকচিন লোৱা লোকৰ বাধ্যতামূলক নহয় টেষ্টিং। ভেকচিন নোলোৱা লোকৰ বাবে বাধ্যতামূলক হ’ব টেষ্টিং।

এপালি ভেকচিন লোৱা লোকেও কৰিব লাগিব টেষ্টিং। ঘৰতে টেষ্ট কিট আনি কৰিব পাৰিব টেষ্ট। ঘৰত টেষ্ট কৰাৰ পাছত জনাব লাগিব ১০৪ত। পজিটিভ হোৱা লোকক হোম আইচ’লেচন কৰা হ’ব। ৫ দিনতে ঘৰলৈ যাব দিয়া হ’ব পজিটিভ হোৱা লোকক। পজিটিভ ব্যক্তিৰ লগত কেয়াৰ গিভাৰ থকাটো প্ৰয়োজন। এইবাৰ কোভিডৰ চিকিৎসা বিনামূলীয়া নহয়।

কেৱল BPLৰ লোকেহে পাব বিনামূলীয়া চিকিৎসা। ‘অটল অমৃত’ৰ জৰিয়তে ল’ব পাৰিব চিকিৎসা। গুৰুতৰ ৰোগীৰ বাবেহে হাস্পতালত ICUৰ বিছনা। কাইলৈৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ। ৯.৩০ বজাত বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান। মাস্ক পিন্ধাটো বাধ্যতামূলক। নিয়ম ভংগ কৰিলে ২৫ হাজাৰ টকা জৰিমনা। চিনেমা হল, ৰেস্তোৰাঁ, বাৰত একেই হ’ব নিয়ম।

ভেকচিন নোলোৱা লোকে কাৰ্যালয়লৈ আহি থাকিলে কৰ্তন হ’ব দৰমহা। No vaccine, no entry. ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ। ভেকচিন ল’লেহে মটৰ চাইকেলত দুজন লোক উঠিব পাৰিব। বিয়া, সভাত অংশগ্ৰহণৰ অনুমতি ২০০ জন লোকৰ। ডাঙৰ হলত ৫০ শতাংশ লোকৰ বাবে অনুমতি।

গধূলি সময়ত খুলিব নোৱাৰিব চুলাইৰ ঘাটি। নৱম, দশম, একাদশ শ্ৰেণীৰ সালসলনিকৈ হ’ব পাঠদান। অসমত পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ। সপ্তাহত ৩ দিনকৈ নৱম, একাদশৰ পাঠদান। গুৱাহাটীত অষ্টম শ্ৰেণীলৈ বন্ধ বিদ্যালয়ৰ পাঠদান। ৩০ জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়ৰ পাঠদান। কাৰ্ফিউ চলি থকাৰ সময়তো নৈশ বাছৰ চলাচল অব্যাহত থাকিব। আন্তঃজিলা যাতায়াত খোলা থাকিব। বাছত থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Assam-Govtaxom live 24coronacovid 19covid new sophimanta biswa sarmanew sopomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
Next Post
election commisision

জল্পনা-কল্পনাৰ অন্ত, ঘোষণা হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন...

a couple in a living together relationship

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.