• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

4 years ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

24 minutes ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

52 minutes ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

1 hour ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

2 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

17 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

18 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

18 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

19 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

19 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

20 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

21 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

ছবি দেখি "নাৰাজ" জেকুলিনৰ অনুৰাগী

editor by editor
January 9, 2022 - Updated on January 17, 2022
in চিনেমা, বিনোদন, ভাৰত
0
ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

jacqueline love byte image goes viral in social media

0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কৰ অন্ত পৰাৰ নামেই নোলোৱা হৈছে অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজৰ বিতৰ্কিত অধ্যায়ৰ। লাহে লাহে অভিনেত্ৰী উপাধিৰ লগে লগে আন এটা উপাধিয়ে নামৰ আগত সংযুক্ত হৈ পৰিছে জেকুলিন ফাৰ্ণাণ্ডাজৰ নামৰ আগত। সেয়া হৈছে “বিতৰ্কিত” শব্দ। কিয়নো শেহতীয়াকৈ জেকুলিন ফাৰ্ণাণ্ডাজেৰ নাম যি বিতৰ্কত সাঙুৰ খাইছে সেই বিতৰ্কৰ শেষ হোৱাৰ নাম নোলোৱা হৈছে অভিনেত্ৰীৰ গাৰ পৰা। প্ৰেমিকৰ কু-কৰ্মৰ ফল ভুগী অন্ত কৰিব পৰা নাই অভিনেত্ৰী গৰাকীয়ে। প্ৰেমিক সুৰেশ চন্দ্ৰশেষৰৰ ওপৰত গোচৰ চলি আছিল ২০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ। এই গোচৰৰ বাবে ইতিমধ্যে জেকুলিনৰ প্ৰেমিক চন্দ্ৰশেষৰক বহুবাৰ জেৰা চলাইছে ইডিয়ে।

কিন্তু ইডিৰ জেৰাত চন্দ্ৰশেষৰে প্ৰেমিকা হিচাপে জেকুলিন ফাৰ্ণাণ্ডেজৰ নাম লোৱাৰ পাছত ইডিৰ সন্মুখত একাধিকবাৰ জেৰাৰ সন্মুখিন হৈছে প্ৰেমিকা তথা বলিউডৰ অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ। কিন্তু ইডিৰ জেৰাত যেনেদৰে চন্দ্ৰশেষৰে প্ৰেমিকা হিচাপে জেকুলিনৰ নাম উচ্চাৰণ কৰিছিল ঠিক তেনেদৰে জেকুলিনে কিন্তু ইডিৰ জেৰাত সুৰেশ চন্দ্ৰশেষৰ জেকুলিনৰ প্ৰেমিক নহয় বুলি স্বীকাৰ কৰিছিল।

অধিক পঢ়কঃ Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

কিন্তু জেকুলিন ফাৰ্ণাণ্ডেজে অস্বীকাৰ কৰিলেও ইন্টাৰনেটত ভাইৰেল হোৱা ছবিয়ে কিন্তু মিছা কথা নকয়। বিগত বৰ্ষৰ শেষৰ পৰা বৰ্তমান সময়লৈকে বহুকেইখন অন্তৰংগ ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে চন্দ্ৰশেষৰ আৰু জেকুলিন ফাৰ্ণাণ্ডেজৰ অন্তৰংগ মুহূৰ্তৰ।

জেকুলিনে নিজকে দূৰত্ব বজাই ৰাখি বিতৰ্কৰ পৰা যিমানেই নিজক সুৰক্ষা দিবলৈ চেষ্টা নকৰক লাগে ভাইৰেল হোৱা ছবি সমূহে স্পষ্ট কৰে যে প্ৰকৃততে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক কিমান গভীৰ আছিল। প্ৰেমিকৰ ধন আত্মসাত কৰা গোচৰ চলি থকাৰ মাজতে এইবাৰ পুনৰ আৰু এখন ছবি ভাইৰেল হ’ল ছ’চিয়েল মিডিয়াত য’ত জেকুলিন ফাৰ্ণাণ্ডেজ আৰু চন্দ্ৰশেষৰ মাজৰ গোপন অন্তৰংগ মুহূৰ্ত চলি আছিল।

অধিক পঢ়কঃ স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

যিখন ছবিত জেকুলিন ফাৰ্ণাণ্ডেজৰ দেহৰ ওপৰত ভৰ দি শুই আছে প্ৰেমিক চন্দ্ৰশেষৰ। কিন্তু ছবিখন চৰ্চা আৰু অনুৰাগীৰ মাজত আচৰিত লগাৰ মূল কাৰণ হ’ল জেকুলিনৰ ডিঙিৰ সোমাজতে স্পষ্ট হৈ আছে এটা ৰঙা চিন। যি চিনক মনোযোগ দি চালে ধৰিব পাৰি যে এইয়া জেকুলিনৰ ডিঙিত প্ৰেমিকৰ “love bite”।

আৰু ছ’চিয়েল মিডিয়াত এই ছবি ভাইৰেল হোৱাৰ লগে লগে এতিয়া জেকুলিন ফাৰ্ণাণ্ডেজৰ আনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত হৈ-চৈ লাগিছে। কিন্তু জেকুলিনে বিত্তীয় প্ৰৱঞ্চক সুৰেশ চন্দ্ৰশেষৰৰ লগত কোনো প্ৰেমৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰিলেও ভাইৰেল হোৱা ছবিয়ে কিন্তু মিছা কথা নকয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assambest news channel in assamBest News Portal in Assamfraud casehickeyjacqueline fernandezlovestory of jacqueline fernandezscandalthe best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?
জীৱনশৈলী

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

May 6, 2026
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?
জীৱনশৈলী

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

May 6, 2026
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?
জীৱনশৈলী

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

May 6, 2026
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ
জীৱনশৈলী

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

May 6, 2026
Next Post
time machine

অকল্পনীয়! কল্পনাতীত! ‘নাছা’ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ‘Time Machine’

bulli bai app

ভুল কৰোতে জ্ঞান ঘূৰি নাহিল। এতিয়া ধৰা পৰি দিল্লী আৰক্ষীক বাৰম্বাৰ আত্মহত্যাৰ ভাবুকি ‘বুল্লী বাই’ এপৰ স্ৰষ্টা যোৰহাটৰ নীৰজ বিষ্ণই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.