• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
time machine

অকল্পনীয়! কল্পনাতীত! ‘নাছা’ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ‘Time Machine’

4 years ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

5 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

5 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

6 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

6 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

6 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

8 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

8 hours ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

9 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

9 hours ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

10 hours ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

10 hours ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

অকল্পনীয়! কল্পনাতীত! ‘নাছা’ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ‘Time Machine’

‘নাছা’ই ওভতি যাব ১৩শ মিলিয়ন বছৰ আগলৈ

editor by editor
January 9, 2022
in বিজ্ঞান, বিশ্ব
0
time machine

nasa-has-declared-the-invention-of-time-machine

0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আপুনি চিনেমা নিশ্চয় চায়, নহয় নে? যদি চিনেমা চায় তেন্তে হলীউডৰ চিনেমাতো আপুনি নিশ্চয়কৈ চায়েই। যদি হলীউডৰ চিনেমা চাই তেন্তে কল্পবিজ্ঞানৰ চিনেমাও আপুনি চাইছে। কল্পবিজ্ঞানৰ চিনেমাত আপুনি হয়টো বহুবাৰ দেখিছে Time machine কাহিনীৰ চিনেমা।

যি টাইম মেচিনৰ সহায়তে চিনেমাৰ চৰিত্ৰসমূহে বতৰ্মানৰ পৰা বহু শতিকা বছৰ পিছলৈ বা বহুশতিকা বছৰ আগলৈ গমন কৰে কিছু বিশেষ তথ্য বিচাৰি। এনেসমূহ চিনেমা দেখি আমি সদায়ে ভাৱনাৰ পৃথিৱীত বুৰ যাওঁ যে সঁচাকৈ যদি আমাৰ ওচৰতো এটা টাইম মেছিম থাকিলহেতেন তেন্তে আমিও আমাৰ পূৰ্বপুৰুষৰ পৃথিৱীখনলৈ নতুবা ভবিষ্যতৰ পৃথিৱীখনলৈ গতি কৰিলোহেতেন ।

য’ত আমাৰ ভৱিষ্যত বা অতীতৰ সম্পৰ্কে আমি জানিবলৈ সদায়ে ইচ্ছুক। কিন্তু বাস্তৱক স্বীকাৰ কৰি আমি সদায়ে মানি লওঁ যে এনে মেছিন সৃষ্টি কৰাতো অসম্ভৱ বা অমূলক। পিছে এই অসম্ভৱক সম্ভৱ কৰিলে আমেৰিকাৰ নাছাৰ বিজ্ঞানী সমাজে। শেহতীয়া পৰ্যায়ত নাছাই অশেষ কষ্টৰ মূৰত নিৰ্মাণ কৰি উলিৱালে সেই বিশেষ টাইম মেচিন।

আৰু এই টাইম মেচিন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা নাচাই ৰাজহুৱাকৈ স্পষ্ট কৰে ১৮ ডিচেম্বৰ তাৰিখে। নাচাৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই টাইম মেচিনটোৰ নাম দিছে ‘JWST’ অথাৎ ইয়াৰ সম্পূৰ্ণ নাম James Webb Space Telescope।

অধিক পঢ়কঃ Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

নাচাই আৱিষ্কাৰ কৰা এই টাইম মেচিনৰ মূল উদ্দেশ্য হৈছে ১৩শ মিলিয়ন বছৰৰ পূৰ্বে অথাৎ “Big Bang” (মহাবিষ্ফোৰণ)ৰ পূৰ্বে পৃথিৱীৰ অৱস্থা
কি আছিল আৰু পৃথিৱীৰ জন্মৰ ৰহস্য কি আছিল? আৰু এই সত্য ভেদ কৰিবৰ বাবেই নাছাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছে এই বিশেষ Time Machineটো।

এই টাইম মেচিনটো নিৰ্মাণৰ সময়ত ইমানেই প্ৰত্যাহবানৰ সন্মুখিন হৈছিল নাছাৰ বিজ্ঞানীসকলে যে প্ৰায় ৩০০টাকৈ আধিক অত্যন্ত জটিল সমস্যা সমাধান কৰোতে ইমানেই চোকা নজৰ দিব লগা হৈছিল বিজ্ঞানীসকলে  য’ত হ’ব পৰা এটা সুক্ষ্মতকৈ সুক্ষ্ম ভুলে সম্পূৰ্ণ টাইম মেচিনটো ধ্বংস কৰিব পৰাৰ ক্ষমতা আছিল।

অধিক পঢ়কঃ ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

আনকি এই মেচিন নিৰ্মাণৰ বাবে নাচাই বহু বৃহৎ বৃহৎ প্ৰকল্প আধাতেই বন্ধ কৰিব লগা হোৱাৰ ওপৰিও বহু বৃহৎ প্ৰকল্প অত্যন্ত প্ৰয়োজনীয় হোৱাৰ পিচতো সেই প্ৰকল্প বছৰ বছৰ ধৰি পিছুৱাই ৰাখিব লগা হৈছিল। নাছাই আৱিষ্কাৰ কৰা এই টাইম মেচিনে পৃথিৱীৰ পৰা বিলিয়ন বিলিয়ন বৰ্ষ দূৰত্বত থকা বিশেষ গ্ৰহ নক্ষত্ৰ বা অন্য সৌৰজগতৰ এক বিশেষ পোহৰ আৱদ্ধ কৰিব।

যি পোহৰ অন্য কোনো মেচিনে আবদ্ধ কৰিব নোৱাৰে বা সেই সুবিধা এই টাইম মেচিনৰ বাহিৰে অন্য কোনো মেচিনত নাই। আৰু  নাছাৰ বিজ্ঞানীয়ে জনোৱা তথ্য অনুসৰি এতিয়াও এনে বহু গ্ৰহ, নক্ষত্ৰ আছে যাৰ পোহৰ ১৩শ মিলিয়ন বছৰৰ পূৰ্বৰে পৰা পৃথিৱীৰ দিশে আগৱাঢ়ি আহি আছে কিন্তু বৰ্তমান সময়লৈ পৃথিৱীত ঠেকা খোৱাহি নাই সেই বিশেষ পোহৰসমূহ।

আৰু সেই পোহৰ এই টাইম মেচিনত আৱদ্ধ কৰাৰ লগে লগে সম্পূৰ্ণ ৰহস্য ভেদ হ’ব যে ১৩শ মিলিয়ন বৰ্ষৰ পূৰ্বে কেনেকৈ “Big Bang”ৰ (মহাবিষ্ফোৰণ) হৈছিল বা Big Bangৰ জড়িয়তে পৃথিৱীৰ জন্মৰ আঁৰৰ কাহিনী কি আছিল? আৰু আৱদ্ধ কৰা সেই পোহৰৰ জড়িয়তে সকলো ৰহস্য পুংখানুপুংখভাৱে জানিব পৰা যাব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24nasa has invented time machinetime machine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

May 18, 2026
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
জীৱনশৈলী

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

May 18, 2026
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে
জীৱনশৈলী

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

May 16, 2026
Next Post
bulli bai app

ভুল কৰোতে জ্ঞান ঘূৰি নাহিল। এতিয়া ধৰা পৰি দিল্লী আৰক্ষীক বাৰম্বাৰ আত্মহত্যাৰ ভাবুকি ‘বুল্লী বাই’ এপৰ স্ৰষ্টা যোৰহাটৰ নীৰজ বিষ্ণই

আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.