• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

5 years ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

58 minutes ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

1 hour ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

2 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

4 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

4 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

5 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

6 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

6 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

6 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

7 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

8 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

editor by editor
January 10, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বুষ্টাৰ ড’জ৷ দেশৰ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বুষ্টাৰ ড’জৰ গ্ৰহণযোগ্যতা অতি জৰুৰী৷ কোভিডৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে আজিৰে পৰা দেশত আৰম্ভ হয় বুষ্টাৰ ড’জৰ টীকাকৰণ৷ প্ৰথম পৰ্যায়ত ফ্ৰণ্টলাইন ৱৰ্কাৰচ, স্বাস্থ্য কৰ্মী আৰু ৬০ৰ ঊৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হ’ব কোভিডৰ তৃতীয় ড’জ ভেকচিন বুষ্টাৰ ড’জ৷ কিন্তু বুষ্টাৰ ড’জ ভেকচিনেচনৰ ক্ষেত্ৰত উদয় হৈছে বিভিন্ন প্ৰশ্নৰ৷ প্ৰকৃততে কোনসকল ব্যক্তিয়ে গ্ৰহণ কৰিব পাৰিব বুষ্টাৰ ড’জ৷ দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰাৰ কিমান দিনৰ পাছত গ্ৰহণ কৰিব পাৰি বুষ্টাৰ ড’জ ভেকচিন৷ এইসন্দৰ্ভত জানক সবিশেষ তথ্য—

কোনবিধ ভেকচিন প্ৰদান কৰা হ’ব?

ভেকচিন গ্ৰহণ কৰা ব্যক্তিয়ে প্ৰথম আৰু দ্বিতীয় পালি যি ভেকচিন গ্ৰহণ কৰিছে সেই অনুযায়ী কোভাক্সিন বা কোভিশ্বিল্ডৰ বুষ্টাৰ ড’জ প্ৰদান কৰিব চৰকাৰে৷

পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব নেকি?

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰথমে দুয়োপালি ভেকচিন গ্ৰহণ কৰা ব্যক্তিয়ে পুনৰ নামপঞ্জীয়ন কৰিব নালাগে বুষ্টাৰ ড’জৰ বাবে৷ কিন্তু Cowin প’ৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিব লাগিব ব্যক্তিয়ে বা ভেকচিনেচন চেণ্টাৰত গৈ পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰিব তৃতীয় পালি ভেকচিন৷

বুষ্টাৰ ড’জ গ্ৰহণৰ সময়সীমা কি?

দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰাৰ ৯ মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব বুষ্টাৰ ড’জ৷ ৯ মাহ সম্পূৰ্ণ হোৱাৰ পাছতহে বুষ্টাৰ ড’জ বাবে আৱেদন কৰিব পাৰিব ব্যক্তিয়ে৷

ভেকচিনেচনৰ বাবে কি তথ্য জমা দিব লাগিব?

স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, ভোটাৰ আইডি, পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি পৰিচয় পত্ৰ জমা দিব লাগিব বুষ্টাৰ ড’জ গ্ৰহণ কৰিব বিচৰা ব্যক্তিয়ে৷

উল্লেখ্য, প্ৰথম পৰ্যায়ত কেৱল ফ্ৰণ্টলাইন ৱৰ্কাৰচ, স্বাস্থ্য কৰ্মী আৰু ৬০ৰ ঊৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হ’ব কোভিডৰ তৃতীয় ড’জ ভেকচিন৷ কোভিড ভেকচিন গ্ৰহণ কৰা ১০০ শতাংশ ব্যক্তিক বুষ্টাৰ ড’জ প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24booster dosecovid vaccinenarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

August 5, 2026
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ
জীৱনশৈলী

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

August 5, 2026
Next Post
নতুন SOP, আত্মহত্যাৰ ভাবুকি দিলে কোনে?

নতুন SOP, আত্মহত্যাৰ ভাবুকি দিলে কোনে?

মাস্ক নিপিন্ধিলে হ’ব বিপদ, মঙলদৈত এইসকলৰ কি হ’ল চাওক…

মাস্ক নিপিন্ধিলে হ’ব বিপদ, মঙলদৈত এইসকলৰ কি হ’ল চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.