• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গান্ধী হত্যাকাৰী গডছেক নায়ক সজোৱা শিশুলৈ প্ৰথম পুৰস্কাৰ; ক’ত আৰু কিয়?

গান্ধী হত্যাকাৰী গডছেক নায়ক সজোৱা শিশুলৈ প্ৰথম পুৰস্কাৰ; ক’ত আৰু কিয়?

4 years ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

5 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

57 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

1 hour ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

13 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

14 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

15 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

16 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

16 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

18 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

19 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

20 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গান্ধী হত্যাকাৰী গডছেক নায়ক সজোৱা শিশুলৈ প্ৰথম পুৰস্কাৰ; ক’ত আৰু কিয়?

editor by editor
February 16, 2022
in ভাৰত, ৰাজনীতি
0
গান্ধী হত্যাকাৰী গডছেক নায়ক সজোৱা শিশুলৈ প্ৰথম পুৰস্কাৰ; ক’ত আৰু কিয়?
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছে কেৱল হিন্দুত্ববাদীসকলৰে নায়ক হৈ থকা নাই৷ এতিয়া কণ কণ শিশুৰ মাজতো গডছে নায়ক হৈ উঠিছে৷ অৰ্থাৎ আৰএছএছ আৰু হিন্দুত্ববাদীয়ে নাথুৰাম গডছেক নায়ক বনোৱাৰ চেষ্টাই আৰু এঢাপ আগুৱাই গৈছে৷

গুজৰাট অৰ্থাৎ মহাত্মা গান্ধীৰ জন্মভূমিতে এই কথাৰ শেহতীয়াকৈ প্ৰমাণ পোৱা গৈছে৷ সোমবাৰে গুজৰাটৰ বলচাড জিলাৰ এখন বিদ্যালয়তএখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷ উক্ত তৰ্ক প্ৰতিযোগিতাৰ বিষয় ৰখা হৈছিল ‘মোৰ আদৰ্শ ব্যক্তি নাথুৰাম গডছে’৷

প্ৰতিযোগিতাখনত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অৰ্থাৎ ৭ ৰপৰা ১২ বছৰ শিশুৱে অংশগ্ৰহণ কৰিছিল৷ উক্ত প্ৰতিযোগিতাত নাথুৰাম গডছেৰ সমৰ্থন আৰু মহাত্মা গান্ধীৰ বিৰুদ্ধে যুক্তি প্ৰদান কৰা এগৰাকী শিশুক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়৷

ইয়াৰ পিছতে বিদ্যালয়খনত এক হুৱস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ গডছেৰ সমৰ্থনত বক্তব্য ৰখা শিশুক প্ৰথম পুৰস্কাৰ প্ৰদান কৰাৰ পিছতে একাংশই অনুষ্ঠানটো অনুষ্ঠিত কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে৷

ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে শিশুৰ প্ৰতিভা বিকাশৰ উপলক্ষ্যে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি প্ৰকাশ কৰিছে৷ প্ৰধান শিক্ষকগৰাকীৰ মতে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত চৰকাৰীভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল৷

ইফালে অনুষ্ঠানত উপস্থিত থকা একাংশ লোকে দাবী কৰিছে যে কাৰ্যসূচী আৰম্ভ হোৰাৰ সময়লৈকে তৰ্ক প্ৰতিযোগিতাৰ বিষয় কি আছিল সেয়া বিদ্যালয়ৰ কৰ্তৃপক্ষই সদৰী কৰা নাছিল৷

দুয়োপক্ষৰ আক্ৰমণাত্মক আচৰণৰ বাবে পৰিস্থিতি অতি উত্তপ্ত হৈ পৰে আৰু পৰিস্থিতি শান্ত কৰিবলৈ উক্ত স্থানত জিলাখনৰ ক্ৰীড়া বিষয়াই উপস্থিত হয়৷

পৰিস্থিতিয়ে গম্ভীৰ ৰূপ ধাৰণ কৰাৰ পিছত ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে ঘটনাত জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalmahatma gandhinathuram godse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি
বিনোদন

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

June 16, 2026
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?
বিনোদন

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

June 16, 2026
Next Post
বগা হোৱাৰ ৫ টা ঘৰুৱা সহজলভ্য টিপছ…

বগা হোৱাৰ ৫ টা ঘৰুৱা সহজলভ্য টিপছ…

দুচকীয়া বাহনৰ নতুন পৰিবহণ নিয়ম : এতিয়াৰে পৰা শিশুৱেও পিন্ধিব লাগিব হেলমেট

দুচকীয়া বাহনৰ নতুন পৰিবহণ নিয়ম : এতিয়াৰে পৰা শিশুৱেও পিন্ধিব লাগিব হেলমেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.