• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক

ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক

5 years ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

11 minutes ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

43 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

3 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

3 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

4 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক

editor by editor
March 26, 2022
in অসম
0
ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

APDCLৰ ফালৰ ৰাজ্যবাসীৰ বাবে এটা বিশেষ জৰুৰী টুইট কৰা হৈছে৷

APDCLএ টুইটৰ যোগে ৰাজ্যবাসীক আজিৰ নিশা প্ৰায় এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইচ বন্ধ কৰিবলৈ আহ্বান জনাইছে৷

APDCLৰ টুইটত কয় যে শনিবাৰে নিশা ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈকে ধৰিত্ৰী ঘণ্টা হিচাপে পালন কৰিব আৰু সেয়ে ৰাজ্যবাসীক উক্ত সময়ছোৱাত এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইচ বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷ অৰ্থাৎ এই সময়ছোৱাত বৈদ্যুতিক পোহৰ পৰিহাৰ কৰা হ’ব৷

লগতে পঢ়ক প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?

উল্লেখ্য যে WWEৰ সমৰ্থনত ভাৰতৰ বিভিন্ন প্ৰান্তত ‘ধৰিত্ৰী ঘণ্টা’ (Earth Hour) পালন কৰিবলৈ পদক্ষেপ লোৱা হৈছে৷

On this Earth Hour Day, make your dear ones aware of saving electricity for a better future of the earth. Glad Earth Hour Day!@CMOfficeAssam @BimalBorah119 pic.twitter.com/xdCnyr8Rjl

— APDCL (@apdclsocial) March 26, 2022

এই পদক্ষেপৰ প্ৰতি সমৰ্থন জনাইয়ে APDCLএ ৰাজ্যবাসীক এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইচ বন্ধ কৰি থ’বলৈ আহ্বান জনাইছে৷

অৱশ্যে অত্যন্ত আৱশ্যকীয় লাইটসমূহৰ জ্বলোৱাৰ ক্ষেত্ৰত APDCLএ বাধা নাই বুলিও প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
নিবনুৱালৈ সুখবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন

নিবনুৱালৈ সুখবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন

এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.