• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

5 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

45 minutes ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

1 hour ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

2 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

2 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

4 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

4 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

6 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

6 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

editor by editor
March 26, 2022
in চিনেমা, বাণিজ্য, ভাৰত
0
‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত বিতৰ্ক সৃষ্টিৰে বক্স অফিচত সফল হোৱা দ্য কাশ্মীৰ ফাইলছক একেদিনাই নিষ্প্ৰভ কৰিলে দিলে দক্ষিণৰ সদ্য মুক্তিপ্ৰাপ্ত এখন ছবিয়ে৷

শুকুৰবাৰে বিশ্বজুৰি মুক্তি লাভ কৰা দক্ষিণৰ পৰিচালক এছ এছ ৰাজামৌলীৰ RRR নামৰ দক্ষিণৰ ছবিখনে বিশ্বজুৰি মুক্তি লাভ কৰাৰ দিনাই ২৫৭ কোটিৰো অধিক টকা সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰিছে৷

ছবিখনে বক্স অফিচত সৰ্বাধিক ধন সংগ্ৰহৰ ভাৰতীয় ছবিৰ অভিলেখ ভংগ কৰিছে৷

লগতে পঢ়ক জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

উল্লেখ্য যেএইগৰাকী পৰিচালকৰে বাহুবলী-এ ইয়াৰ পূৰ্বে মুক্তি পোৱা দিনাই ২২৩৪ কোটি সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰিছিল৷ সূত্ৰৰ মতে শুকুৰবাৰে ৰাজামৌলীৰ নিজৰ ছিব RRR-এ মুক্তিলাভ কৰা দিনাই ২৫৭ কোটি টকা সংগ্ৰহ কৰিছে৷

শনিবাৰে ট্ৰেড বিশ্লেষক মানোবালা বিজয়াবালানে টুইট কৰি ছবিখনৰ মুক্তিলাভ কৰা দিনাই সংগ্ৰহ কৰা ধনৰ পৰিমাণ প্ৰকাশ কৰিছে৷ তেওঁৰ মতে ছবিখনে প্ৰথমটো দিনতে ২৫৭.৭ কোটি টকা সংগ্ৰহ কৰিছে৷

বিজয়াৱালাই প্ৰকাশ কৰা মতে ছবিখনে কেৱল অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত ১২০ কোটি টকা সংগ্ৰহ কৰিছে৷ আনহাতে বিশ্বজুৰি মুক্তি লাভ কৰা ছবিখনে দেশৰ বাহিৰৰ পৰা ৭৮ কোটিৰো অধিক টকা সংগ্ৰহ কৰিছে৷

লগতে পঢ়ক জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

ইফালে BoxOffice.comৰ সূত্ৰৰ মতে উত্তৰ ভাৰতত ছবিখনৰ হিন্দী সংস্কৰণৰ সংগ্ৰহো অতি সন্তোষজনক৷ উত্তৰ ভাৰতৰ পৰা ছবিখনে মুক্তিলাভ কৰা দিনাই ১৯ কোটি টকা সংগ্ৰহ কৰিছে৷

দ্য কাশ্মীৰ ফাইলছৰ জ্বৰত আক্ৰান্ত হৈ থকা উত্তৰ ভাৰতত ছবিখনে এটা দিনতে ১৯ কোটি টকা সংগ্ৰহ কৰাতো অভাৱনীয় বুলিয়ে চৰ্চা লাভ কৰিছে৷

আনহাতে ছবিখনে কেৱল আমেৰিকাতে ৩৮ কোটি টকা সংগ্ৰহ কৰিছে৷ সপ্তাহৰ অন্তত ছবিখনে কেৱল আমেৰিকাতে ১১৫ কোটি টকা সংগ্ৰহ কৰিব বুলি ধাৰণা কৰা হৈছে৷

উল্লেখ্য যে শুকুৰবাৰে দক্ষিণৰ পৰিচালক এছ এছ ৰাজামৌলীৰ RRR নামৰ ছবিখনে বিশ্বজুৰি মুক্তি লাভ কৰিছে৷

লগতে পঢ়ক জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

RRR ছবিখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ১৯২০ চনৰ দুজন মুক্তিযোদ্ধা কুমাৰাম ভীম আৰু আল্লুৰী সীতাৰামাৰাজুৱে হায়দৰাবাদৰ নিজাম আৰু ব্ৰিটিছৰাজৰ বিৰুদ্ধে যুঁজাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷

দক্ষিণৰ ৰাম চৰণ, জুনিয়ৰ এনটিআৰে আদিয়ে অভিনয় কৰা ছবিখনৰ দৈৰ্ঘ্য ৩ ঘণ্টা ৫৬ মিনিটৰ হ’লেও পিছত ইয়াৰ দৈৰ্ঘ্য ৩ ঘণ্টা ১ মিনিটলৈ হ্ৰাস কৰা হয়৷

বলিউদৰ অজয় দেৱগন আৰু আলিয়া ভাটে অভিনয় কৰা ছবিখন নিৰ্মাণ ব্যয় হৈছে ৩৩৬  কোটি টকা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channel in AsssamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
ভাৰত

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Next Post
ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক

ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক

নিবনুৱালৈ সুখবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন

নিবনুৱালৈ সুখবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.