• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

5 years ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

18 minutes ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

41 minutes ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

59 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

2 hours ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

3 hours ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

4 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

4 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

6 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

6 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

7 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

editor by editor
March 26, 2022
in অসম, বাণিজ্য, ভাৰত
0
জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে।শনিবাৰে পেট্ৰ’ল প্ৰতি লিটাৰত ৭৬ৰ পৰা ৮৪ পইচা আৰু ডিজেল ৭৬ৰ পৰা ৮৫ পইচা বৃদ্ধি হৈছে। যোৱা পাঁচ দিনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ এইটো চতুৰ্থ বৃদ্ধি।

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতহে ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল। নিৰ্বাচনৰ পিছত মাত্ৰ পাঁচ দিনতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য তিনি টকাতকৈ অধিক বৃদ্ধিয়ে সাধাৰণ গ্ৰাহকৰ চিন্তা বৃদ্ধি কৰিছে।

দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিটোত ৮০-৮০ পইচা বৃদ্ধি কৰা হৈছে। দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৯৮.৬১ টকা হ’ব, যি আগতে ৯৭.৮১ টকা আছিল।

লগতে পঢ়়ক উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

আনহাতে, ডিজেল প্ৰতি লিটাৰত ৮৯.০৭ টকাৰ পৰা ৮৯.৮৭ টকালৈ বৃদ্ধি কৰা হৈছে। মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৪ পইচা বৃদ্ধি হৈ ১১৩.৩৫ টকা আৰু ডিজেলৰ মূল্য ৮৫ পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰত ৯৭.৫৫ টকা হৈছে।

আনহাতে, কলকতাত পেট্ৰ’লৰ মূল্য ৮৩ পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰত ১০৮.১ টকা আৰু ডিজেল ৭৯ পইচা বৃদ্ধিৰে প্ৰতি লিটাৰত ৯৩.০১ টকা হৈছে। ইফালে চেন্নাইত পেট্ৰ’লৰ মূল্য ৭৬ পইচা বৃদ্ধি কৰি প্ৰতি লিটাৰত ১০৪.৪৩ টকা আৰু ডিজেলৰ মূল্য ৭৬ পইচা বৃদ্ধি কৰি প্ৰতি লিটাৰত ৯৪.৪৭ টকা কৰা হৈছে।

লগতে পঢ়়ক ৪ বছৰীয়া পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বা)ত যোগদান বৰপেটাৰ ধনজিতৰ

২২ মাৰ্চত সংশোধিত হাৰ মুকলি কৰাৰ সময়ত, দেশত প্ৰায় চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ পিছত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল।

উত্তৰ প্ৰদেশ আৰু পঞ্জাৱসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ উপলক্ষে কেন্দ্ৰ চৰকাৰে যোৱা ৪ নৱেম্বৰৰ পৰা ইন্ধনৰ মূল্য বৃদ্ধি কৰা নাছিল।এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৩০ আমেৰিকান ডলাৰ বৃদ্ধি পাইছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazzaassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…
জীৱনশৈলী

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

September 25, 2026
Next Post
জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.