• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

4 years ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

2 minutes ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

46 minutes ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

1 hour ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

2 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

3 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

5 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

6 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

6 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

7 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

editor by editor
March 26, 2022
in ক্ৰীড়া, বাণিজ্য, বিশ্ব
0
ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা ফুটবল বিশ্বকাপৰ মূল পৰ্বত ভাৰতৰ অংশগ্ৰহণ এতিয়াও সপোনৰ অগোচৰ হৈ থাকিলেও কাটাৰ ২০২২ ফিফা ফুটবল বিশ্বকাপত এইবাৰ ভাৰতৰ উপস্থিতি প্ৰত্যক্ষ কৰিব সমগ্ৰ বিশ্বৰ ক্ৰীড়া প্ৰেমীয়ে৷

ইতিহাস ৰচি ফিফা বিশ্বকাপ ২০২২ত ভাৰতৰ এক প্ৰতিষ্ঠানে স্পনছ’ৰশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠান BYJU’S-এ ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপত বাণিজ্যিক স্পনছ’ৰশ্বিপ লাভ কৰিছে৷

ইয়াৰ ফলত BYJU’S-এ ফিফা ফুটবল বিশ্বকাপৰ ইতিহাসত বাণিজ্যিক স্পনছ’ৰশ্বিপ লাভ কৰা ভাৰতৰ প্ৰথমটো ব্যয়সায়িক প্ৰতিষ্ঠানৰ কৃতিত্ব লাভ কৰে৷

লগতে  পঢ়ক ৪ বছৰীয়া পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বা)ত যোগদান বৰপেটাৰ ধনজিতৰ

ফিফাৰ মুখ্য বাণিজ্যিক বিষয়া কাই মাডাটিয়ে এই কথা ঘোষণা কৰিছে৷ বিষয়াগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে ‘‘আমি BYJU’S-ৰ দৰে এটা কোম্পানীৰ সৈতে অংশীদাৰী হ’বলৈ পাই আনন্দিত হৈছো৷’’

‘‘ক্ৰীড়া হৈছে জীৱনৰ বৃহৎ অংগ আৰু ইয়ে বিশ্বৰ সকলো লোককে একত্ৰিত কৰি ৰাখিছে৷ আৰু ফুটবল হৈছে বিশ্বৰ কোটি কোটি মানুহৰ অনুপ্ৰেৰণাৰ উৎস৷ আমি আশা কৰিছো যে BYJU’S-ৰ এই অংশীদাৰীত্বই বিশ্বৰ শিশুসকলক শিকিবলৈ আৰু অধিক অনুপ্ৰাণিত কৰিব৷’’ ফিফাৰ ক্ৰীড়া বিষয়াগৰাকীয়ে লগতে কয়৷

লগতে  পঢ়ক নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

উল্লেখ্য যে ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠান BYJU’S-এ ২০১৯ৰ পৰাই ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ টি চাৰ্টৰ স্পনছ’ৰশ্বিপ কৰি আহিছে৷ BYJU’S-এ এখন দ্বিপাক্ষিক মেচৰ বাবদ ৪.৬১ কোটি টকা আৰু আইচিচিৰ এটা ইভেণ্টৰ বাবদ ১.৫১ কোটি টকা পৰিশোধ কৰি মোবাইল নিৰ্মাণ প্ৰতিষ্ঠান Oppoৰ ভাৰতীয় দলৰ স্পনছ’ৰশ্বিপ লাভ কৰিছিল৷

এতিয়াই ফিফা ২০২২ কাৰ্টাৰ বিশ্বকাপৰ বাণিজ্যিক চুক্তিৰ সবিশেষ প্ৰকাশ কৰা নাই বিশ্ব ফুটবলৰ মূৰব্বী ক্ৰীড়া সংগঠনটোৱে৷

ইফালে ফিফাই এইবাৰ বিশ্বকাপ প্ৰতিযোগিতাৰ পৰা ১.৬৯৬ মাৰ্কিন ড’লাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰি লৈছে আৰু এই লক্ষ্যৰ অংশীদাৰ হ’ব ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠান BYJU’S৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBYJU’SFIFAQutar world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

July 21, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

July 21, 2026
Next Post
জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.