• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

4 years ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

17 minutes ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

1 hour ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

2 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

4 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

4 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

5 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

6 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

7 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

7 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

9 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

9 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

editor by editor
March 25, 2022
in চিনেমা, ভাৰত
0
নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছৰ বিতৰ্কই মাৰ নৌযাওতে এইবাৰ ছবিখনক লৈ অন্য খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷

বিতৰ্কিত ছবিখন চোৱাৰ পিছতে মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই নিজৰ তেজেৰে দ্য কাশ্মীৰ ফাইলছৰ পোষ্টাৰ অংকন কৰাৰ খবৰ আহিছে৷

মঞ্জু ছোনী নামৰ ফাইন আৰ্টৰ শিল্পীগৰাকীয়ে ছবিখন চোৱাৰ পিছত প্ৰভৱান্বিত হৈ ছবিখনৰ পোষ্টাৰখন নিজৰ তেজেৰ অংকন কৰা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

মহিলাগৰাকীয়ে উক্ত পোষ্টাৰখন সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছতে ছবিখনৰ পৰিচালক বিবেক অগ্নীহোত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

মধ্যপ্ৰদেশৰ বিদিশাৰ নিৱাসী মঞ্জু ছোনীয়ে নিজৰ তেজেৰ ছবিখনৰ পোষ্টাৰ অংকন কৰাৰ পিছতে পৰিচালক বিবেক অগ্নীহোত্ৰীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘‘মঞ্জু ছোনী, সষ্টাংগে প্ৰণাম৷ এয়া অকল্পনীয়, অবিশ্বাস্য! আপোনাক কেনেকৈ ধন্যবাদ দিওঁ৷ আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷’’

লগতে পঢ়ক প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

ইফালে মঞ্জুয়ে কয় যে দ্য কাশ্মীৰ ফাইলছক চাই কয় তেওঁৰ বিবেক আৰু হৃদয়ৰ বান্ধোন ছিঙি গৈছিল৷ ইয়াৰ পিছতে কিবা এটা পৃথক কৰিবলৈ গৈ তেওঁ নিজৰ তেজেৰ দ্য কাশ্মীৰ ফাইলছৰ পোষ্টাৰখন অংকন কৰা বুলি প্ৰকাশ কৰিছে৷

‘‘হাজাৰ হাজাৰ পেইণ্টিং অংকন কৰিব পাৰি বা আছে, কিন্তু এই ছবিখন চাই কিবা এটা নতুন কৰিবলৈ প্ৰেৰণা লাভ কৰিলো৷’’ মঞ্জুৱে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamthe kashmir files
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?
বিনোদন

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
৪ বছৰীয়া পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বা)ত যোগদান বৰপেটাৰ ধনজিতৰ

৪ বছৰীয়া পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বা)ত যোগদান বৰপেটাৰ ধনজিতৰ

উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.