• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

5 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

2 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

2 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

3 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

3 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

4 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

4 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

5 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

6 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

7 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

7 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

9 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

editor by editor
March 25, 2022
in অপৰাধ, অসম
0
প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী কিশোৰীক অন্তঃসত্বা হোৱাৰ ঘটনাই বাক্সা জিলাৰ আঠীয়াবাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে সংৰক্ষিত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ এগৰাকী জোৱানে প্ৰেমৰ চালনাৰে আঠীয়াবাৰীৰ এগৰাকী ১৭ বছৰীয়া কিশোলৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল৷

২০৪ নং ৰেজিমেন্টৰ চিআৰপিএফৰ কোব্ৰাৰ জোৱান তথা বাক্সাৰে শালবাৰীৰ চমুৱা গাতিৰ কংকন দাসে ফেচবুকৰ জৰিয়তে কিশোৰীগৰাকীৰ সৈতে চিনাকি হয়৷

লগতে পঢ়ক সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

ইয়াৰ পিছতে কিশোৰীগৰাকীৰ সৈতে কথা বতৰা পাতিবলৈ আৰম্ভ কৰি জোৱানজনে শেষত প্ৰেমৰ প্ৰস্তাৱ প্ৰদান কৰে৷

জোৱানজনে ছুটিত ঘৰলৈ আহি প্ৰেমৰ চালনাৰে কিশোৰীগৰাকীৰে যৌন সম্পৰ্ক স্থাপন কৰে৷ কিশোৰীগৰাকীৰ মতে জোৱান কংকন দাসে তেওঁৰ ওপৰত বলপূৰ্বক যৌন নিৰ্যাতন চলাই আহিছিল৷ অৰ্থাৎ ধৰ্ষণ কৰি আহিছিল৷

ইয়াৰ পিছতে কিশোৰীগৰাকী অন্তঃসত্ত্বা হয়৷ অন্তঃসত্ত্বা হোৱাৰ পিছতে কিশোৰীগৰাকীয়ে সমস্ত ঘটনা পৰিয়ালৰ আগত বিৱৰি কয়৷ ঘটনাৰ বিষয়ে কিশোৰীগৰাকীৰ পৰিয়ালে অৱগত হোৱাৰ পিছতে দুয়োপক্ষই মীমংসা কৰাৰ বাবে এক সভা অনুষ্ঠিত কৰে৷

লগতে পঢ়ক ‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

কিন্তু আৰক্ষীয়ে গোপন সূত্ৰে ঘটনাৰ বিষয়ে অৱগত হৈ জোৱানজনক কৰায়ত্ত কৰি আঠীয়াবাৰী আৰক্ষী চকীলৈ লৈ আনে৷

জানিব পৰা মতে চিৰআৰপি জোৱান কংকন দাস বিবাহিত আৰু দুই সন্তানৰ পিতৃ৷ ইফালে জোৱানজনে অন্তঃসত্বা কিশোৰীগৰাকীক চিকিৎসালয়লৈ নি গৰ্ভপাত কৰোৱাৰো প্ৰস্তাৱ দিছিল৷ স্থানীয় ৰাইজে এই কথা অৱগত হোৱাৰ পিছতে আঠীয়াবাৰীত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷

একাংশ স্থানীয় ৰাইজে চিআৰপিএফ জোৱানগৰাকীৰ উচিত শাস্তি আৰু দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীৰ ন্যায়ৰ দাবীত নিশা আঠীয়াবাৰী আৰক্ষী চকী ঘেৰাও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

সম্প্ৰতি চিআৰপিএফ জোৱানগৰাকীক আঠীয়াবাৰী আৰক্ষীয়ে জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalTeenager rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…
অপৰাধ

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

September 24, 2026
Next Post
NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

উত্তৰ প্ৰদেশত ইতিহাস ৰচি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে যোগীয়ে

উত্তৰ প্ৰদেশত ইতিহাস ৰচি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে যোগীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.