• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

5 years ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

1 hour ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

2 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

3 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

3 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

12 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

12 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

13 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

13 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

14 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

15 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

editor by editor
March 24, 2022
in চিনেমা, ভাৰত
0
‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ দ্য কাশ্মীৰ ফাইলছক লৈ চলা বিতৰ্কই দিল্লী বিধানসভাৰ মজিয়াতো পালেগৈ৷ বুধবাৰে দিল্লী বিধানসভাৰ বাজেট অধিবেশনৰ উপ ৰাজ্যপালৰ ভাষণৰ সময়ত এগৰাকী বিজেপি বিধায়েক দিল্লীত দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰিবলৈ দাবী জনাইছে হাল্লগোল কৰিছিল৷

ইয়াৰ প্ৰত্যুত্তৰ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোড়িয়াই বিজেপিক কটাক্ষ কৰি কৈছিল যে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় জিএছটি ৰেহাই দিলেই সমগ্ৰ দেশতে ছবিখন কৰমুক্ত হৈ যাব৷

আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেই ধাৰা বৰ্তাই ৰাখি আজিও দিল্লী বিধানসভা মজিয়াত কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু বিবেক অগ্নিহোত্ৰীক কটাক্ষ কৰিছে৷

 

লগতে পঢ়ক জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে ‘‘দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰাৰ কি দৰকাৰ?’’

যদি ছবিখন দেশৰ জনতাই চোৱাটো ইমানেই প্ৰয়োজন তেনে ছবিখন ইউটিউবত আপলোড কৰক বুলিও বিজেপিক কটাক্ষ কৰে কেজৰিৱালে৷

‘‘যদি দেশৰ জনতাই ছবিখন ফ্ৰীতে চাব লাগে তেনে ইউটিউবত আপলোড কৰিবলৈ বিবেক অগ্নিহোত্ৰীক কৈ দিয়ক৷ একেদিনাই দেশৰ জনতাই ফ্ৰীতে ছবিখন চাব পাৰিব৷’’ বিধানসভাৰ মজিয়াত এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aaparvind kejriwalasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamthe kashmir files
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.