• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

5 years ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

12 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

43 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

1 hour ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

4 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

4 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

5 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

6 hours ago
বৈপৰীত্য

বৈপৰীত্য

7 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

editor by editor
March 24, 2022
in ভাৰত, ৰাজনীতি
0
জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একেৰাহে দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাসৰ ৩৫ বছৰীয়া অভিলেখ ভংগ কৰিছে যোগী আদিত্যনাথে৷

৩৫ বছৰৰ পিছত উত্তৰ প্ৰদেশত ইতিহাস ৰচি যোগী আদিত্যনাথে শুকুৰবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷

শপত গ্ৰহণৰ পূৰ্বে যোগী আদিত্যনাথক এক আৱেগিক আহ্বান জনাইছে যোগীৰ জ্যেষ্ঠ ভগ্নীয়ে৷ উত্তৰাখণ্ডৰ হৃষীকেশৰ নীলকণ্ঠ মন্দিৰত চাহ বিক্ৰী কৰা যোগী আদিত্যনাথৰ জ্যেষ্ঠ ভগ্নী শশী সিঙে যোগীয়ে শপত গ্ৰহণৰ পূৰ্বেই এবাৰ মাতৃক দেখা কৰিবলৈ কাতৰ আহ্বান জনাইছে৷

 

লগতে পঢ়ক মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত ভগ্নী শশী সিঙে কয় যে মাত্ৰ ১৮ বছৰৰ বয়সতে অজয় বিষ্ণ(যোগী আদিত্যনাথ)ই ঘৰৰ পৰা ওলাই গৈছিল৷ ঘৰৰ মানুহে অজয় বিষ্ণই ঘৰ ত্যাগ কৰি সন্ন্যাসী জীৱন যাপন কৰিবলৈ গৈছে বুলি জানিব পৰা নাছিল৷  ১৮ বছৰ বয়সতে ঘৰ পৰিয়াল ত্যাগ কৰি ওলাই যোৱা এই অজয় বিষ্ণই যোগী আদিত্যনাথ নাম লৈ সন্ন্যাসীৰ জীৱন ধাৰণ কৰে৷

হিন্দুত্ব দৰ্শনত দীক্ষিত হোৱা যোগীয়ে পিছলৈ ৰাজনীতিত ভৰি থৈ প্ৰথমে সাংসদ হয় আৰু ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃপাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়৷ ইয়াৰ পিছৰে পৰা কট্টৰপন্থী হিন্দুত্ববাদী নেতাজনে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷

 

লগতে পঢ়ক দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

উত্তৰ প্ৰদেশত একেৰাহে দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে এতিয়া যোগী আদিত্যনাথৰ মাতৃয়ে নিজ পুত্ৰক সাক্ষাৎ কৰিবলৈ আতুৰ হৈ আছে৷

সেয়ে জ্যেষ্ঠ ভগ্নী শশী সিঙে মাতৃক সাক্ষাৎ কৰিবলৈ যোগীক আহ্বান জনাইছে৷ ভগ্নী শশীয়ে জনোৱা অনুসৰি ১৮ বছৰত ঘৰ ত্যাগ কৰাৰে পৰা নিজ মাতৃক সাক্ষাৎ কৰা নাই যোগীয়ে৷ সেয়ে যোগীক এইবাৰ শপত গ্ৰহণ কৰাৰ পূৰ্বে মাতৃক এবাৰ সাক্ষাৎ কৰিবলৈ কাতৰ আহ্বান জনাইছে জ্যেষ্ঠ ভগ্নী শশী সিঙে৷

উল্লেখ্য যে যোগী আদিত্যনাথৰ মাতৃয়ে উত্তৰাখণ্ডত বাস কৰে৷ মুখ্যমন্ত্ৰী যোগীক জ্যেষ্ঠ ভগ্নী শশীয়ে পাহাৰ অৰ্থাৎ উত্তৰাখণ্ডৰ বাবে কিবা এটা কৰাতো বিচাৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCM Yogi Adityanathupup cm
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’
অপৰাধ

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

September 27, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
Next Post
‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.