• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

4 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

2 minutes ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

55 minutes ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

23 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

editor by editor
March 24, 2022
in অপৰাধ, ভাৰত
0
মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ বিষাক্ত সুৰা নহয়, এইবাৰ উলাইছে বিষাক্ত মাখন! এই বিষাক্ত মাখন খাই চাৰিটাকৈ শিশুৱে কৰুণভাৱে মৃত্যুক আকোৱালি লৈছে৷

এই কৰুণ ঘটনাটো সংঘটি হৈছে উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত৷ ঘটনাৰ বিৱৰণীৰ মতে জিলাখনৰ কাশায়া আৰক্ষী থানাৰ অন্তৰ্গত কুড়ৱাৰ লাঠুৰ গাঁৱত চাৰিটা শিশুৱে বিষাক্ত মাখন খাই কৰুণ মৃত্যুক আকোৱালি লৈছে৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা মুখায়া দেৱী নামৰ মহিলাগৰাকীয়ে তেওঁলোকৰ ঘৰত এটা পলিথিনৰ ভিতৰত নটকাৰ খুচৰা পইচাৰ সৈতে পাঁচটা মাখনৰ পেকেট লাভ কৰে৷

লগতে পঢ়ক টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

মহিলাগৰাকীয়ে ইয়াৰে তিনিটা পাকেট তেওঁৰ পুত্ৰ সন্তানৰ ফালৰ নাতি-নাতিনী মাঞ্জনা (৭), ছুইটি (৫), সমৰ (৩) আৰু কন্যা সন্তানৰ নাতি আয়ুস(৫)ক খাবলৈ দিয়ে৷ শিশু চাৰিটাই মাখনখিনি খাই খেলিবলৈ ঘৰৰ পৰা ওলাই গৈ মাটিত ঢলি পৰে৷

ইয়াৰ পিছতে গঞাই চাৰিওটি শিশুকে উদ্ধাৰ কৰি কাশায়া সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়৷ চিকিৎসকে শিশুকেইটাৰ গুৰুতৰ অৱস্থা প্ৰত্যক্ষ কৰি জিলা চিকিৎসালয়ৈ প্ৰেৰণ কৰে৷ জিলা চিকিৎসালয়লৈ নিয়াৰ পথতে চাৰিওটি শিশুৰে কৰুণ মৃত্যু ঘটে আৰু চিকিৎসালয়ত পোৱাৰ লগে লগে চিকিৎসকে শিশু চাৰিটি মৃত বুলি ঘোষণা কৰে৷

এই ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটো তদন্তৰ নিৰ্দেশ দিছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিয়ে ৰাতিটোৰ ভিতৰতে তিনিজনক লোকক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰি ৰাতি জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে৷

লগতে পঢ়ক ৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা!

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে প্ৰেম, বালা আৰু চাবাছ৷ আৰক্ষীয়ে স্নীফাৰ ড’গৰ সহায়ত অভিযুক্তকেইজনৰ সন্ধান লাভ কৰা বুলি প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে মৃত তিনি শিশুৰ পিতৃ ৰসগোলৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, ৩২৮, ৫০৬ আৰু ১২০ বিৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে৷

ইফালে মুখ্যমন্ত্ৰী যোগীয়ে গোৰখপুৰৰ ক্ষেত্ৰৰ জিলা দণ্ডাধীশ আৰু জিলা চিকিৎসা বিষয়াক সংশ্লিষ্ট মাখনৰ নমুনা সংগ্ৰহ কৰি তদন্তৰ প্ৰতিবেদন অতি শীঘ্ৰেই দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷

অভিযুক্ত লোককেইজনে ক’ত বিষাক্ত মাখন লাভ কৰিলে অথবা কিয় শিশুকেইটিক লক্ষ্য কৰি ভুক্তভোগী মানুহ ঘৰত সেয়া থৈ আহিছি সেয়া আৰক্ষীয়ে এতিয়াও প্ৰকাশ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamtoxic toffee caseupUP police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!
অসম

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

April 28, 2026
Next Post
‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.