• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

4 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

6 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

7 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

8 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

9 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

9 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

10 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

11 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

12 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

12 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

editor by editor
March 24, 2022
in অপৰাধ, ভাৰত
0
‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছ-এ সৃষ্টি কৰা বিতৰ্ক এতিয়াও মাৰ যোৱাই নাই৷ দেশৰ একাংশ হিন্দুত্ববাদীক উগ্ৰ কৰি তোলাত ইন্ধন যোগোৱা বুলি ছবিখনৰ বিৰুদ্ধে উঠা অভিযোগ আকৌ এবাৰ প্ৰমাণ হৈছে ৰাজস্থানত৷

উল্লেখ্য যে উত্তৰ প্ৰদেশত ছবিখন চাই ওভতি অহা তিনি যুৱকে উগ্ৰ হিন্দুত্ববাদী ধ্বনি দি অহাৰ সময়তে এগৰাকী মুছলমানে লোকে চুৰিৰে আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হৈছিল৷

এইবাৰ দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধে মন্তব্য কৰি এক দলিত যুৱকে হিন্দুত্ববাদীৰ ৰোষত পৰাৰ ঘটনা পোহৰলৈ আহিছে৷

লগতে পঢ়ক দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰ জিলাৰ গৌকলপুৰ গাঁৱত৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গাঁওখনৰ দলিত যুৱক ৰাজেশ কুমাৰ বাঘৱালে যোৱা ১৮ মাৰ্চত দ্য কাশ্মীৰ ফাইলছৰ সন্দৰ্ভত মন্তব্য কৰিছিল৷ উক্ত মন্তব্যত ৰাম আৰু শ্ৰীকৃষ্ণৰ প্ৰতিও আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ তুলি দলিত যুৱকজন হিন্দুত্ববাদী দলৰ ৰোষত পৰে৷

ইয়াৰ পিছতে দলিত যুৱক ৰাজেশে ভগৱানক আৰু অপমান নকৰো বুলি ক্ষমা ভিক্ষা মাগে যদিও উগ্ৰ হিন্দুত্ববাদী যুৱকসকলে ক্ষান্ত নহৈ ৰাজেশক নি আঁঠুকঢ়াই এটা মন্দিৰ মজিয়াত সাত বাৰকৈ নাক লগাই পুৰাচিত কৰে৷

লগতে পঢ়ক টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

এই সমগ্ৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যোৱা মংগলবাৰে স্থানীয় আৰক্ষী থানাত ৰাজেশ কুমাৰে এক অভিযোগ দাখিল কৰে৷

ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সাতগৰাকীকৈ যুৱকক ঘটনাটোৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ হোৱা যুৱককেইগৰাকী হৈছে ক্ৰমে অজয় কুমাৰ শৰ্মা, হেমন্ত, সঞ্জিত কুমাৰ, ৰাম অৱতাৰ, ৰবীন্দ্ৰ, নীতিন জাংগিড় আৰু জয়াৰাম ওৰফে লীলা ৰাম৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.