• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

5 years ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

16 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

2 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

3 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

3 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

3 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

4 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

18 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

18 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

19 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

19 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

editor by editor
March 24, 2022
in অপৰাধ, ভাৰত
0
দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ এখন আদালতে জেএনইউৰ প্ৰাক্তন গৱেষক ছাত্ৰ তথা ছাত্ৰ নেতা ওমৰ খাদিলৰ জামিন নামাঞ্জুৰ কৰিছে৷

বৃহস্পতিবাৰে দিল্লীৰ কাৰ্কৰ্দোমা আদালতে ওমৰ খালিদৰ বিৰুদ্ধে উত্তৰ দিল্লীৰ হিংসাত্মক ঘটনাৰ উচতনিৰ অভিযোগত ৰুজু হোৱা UAPAৰ অধীনৰ গোচৰটোৰ জামিন আবেদন খাৰিজ কৰিছে৷

যোৱা ৩ মাৰ্চত আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱাটে অভিযুক্ত ওমৰ খালিদৰ বক্তব্যৰ লগতে তেওঁৰ অধিবক্তাৰো যুক্তি শুনি গোচৰটো আদেশ সংৰক্ষিত কৰি ৰাখিছিল৷

লগতে পঢ়ক ৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা!

অভিযুক্ত খালিদে আদালতত কৈছিল যে তেওঁৰ বিৰুদ্ধে গোটৰটোৰ কোনো তথ্য প্ৰমাণ নাই৷ ইয়াৰ পিছতে জেইউএনৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে জামিন লাভ কৰিব বুলি আশা কৰিছিল৷

কিন্তু আদালতে বৃহস্পতিবাৰে ওমৰ খালিদৰ জামিন নামাঞ্জুৰ কৰাৰ পিছত তেওঁ কাৰামুক্ত হোৱাৰ বাট পুনৰ বন্ধ হৈ পৰিল৷

উল্লেখ্য যে উক্ত গোচৰত ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা ওমৰ খালিদে দিল্লীৰ তিহাৰ কাৰাগাৰত কাৰাবাস খাটি আছে৷

লগতে পঢ়ক কিয় অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে ৰাজনীতি ত্যাগ কৰিব?

২০২২ চনৰ ফেব্ৰুৱাৰিত উত্তৰ দিল্লীত কা বিৰুদ্ধে কৰা প্ৰতিবাদৰ পৰাই এক হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল৷ উক্ত হিংসাত্মক ঘটনাত ৫৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ৰো অধিক লোক আহত হৈছিল৷

হিংসাত্মক ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ১৮ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে৷ ইয়াৰে ৬ গৰাকীয়ে ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷

অভিযুক্ত ওমৰ খালিদক সেই হিংসাত্মক ঘটনাৰ মূল ‘মাষ্টাৰমাইণ্ড’ বুলি অভিযোগ তুলি দিল্লী আৰক্ষীয়ে তেওঁক UAPAৰ অধীনত গ্ৰেপ্তাৰ কৰি তিহাৰ জে’ললৈ নিক্ষেপ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDelhi Riots CaseJNUJNU Ex Student leaderKarkardooma CourtOmar KhalidUAPA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
Next Post
মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.