• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা!

৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা!

5 years ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

24 minutes ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

1 hour ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

2 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

3 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

3 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

3 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

4 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

7 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

8 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

9 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা!

editor by editor
March 24, 2022
in অসম, ক'ভিড-১৯, ভাৰত
0
৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা!
0
SHARES
461
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বিভিন্ন এলাউঞ্চৰ সৈতে আন এক বিশেষ এলাউঞ্চো প্ৰদান কৰি আহিছে৷ সেয়া হৈছে চিলড্ৰেন এডুকেশ্যন এলাউঞ্চ(Children Education Allowance-CEA)৷

ইয়াৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৫০ লাখ কৰ্মচাৰীয়ে দুটি সন্তানৰ বাবে চিলড্ৰেন এডুকেশ্যন এলাউঞ্চৰ নামত ৪৫০০ টকা লাভ কৰি আহিছে৷

কিন্তু মহামাৰী আবিৰ্ভাৱৰ বাবে যোৱা ২০২০ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে চিলড্ৰেন এডুকেশ্যন এলাউঞ্চ ক্লেইম কৰিব পৰা নাছিল৷ বিশেষকৈ যোৱা দুটা বছৰে দেশৰ বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে কৰ্মচাৰীসকলে চিলড্ৰেন এডুকেশ্যন এলাউঞ্চ ক্লেইম কৰিব পৰা নাছিল৷

লগতে জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

বিগত বৰ্ষত মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিলড্ৰেন এডুকেচন এলাউঞ্চ ক্লেইম ছেল্ফ চাৰ্টিফাইড কৰি দিছিল।এতিয়া চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলক চিলড্ৰেন এডুকেশ্যন এলাউঞ্চৰ ক্লেইমৰ নিৰ্দিষ্ট দিন ধাৰ্য কৰি দিছে৷

অহা ৩১ মাৰ্চলৈকে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে কোনো নথি অবিহনে দুটা বছৰৰ চিলড্ৰেন এডুকেশ্যন এলাউঞ্চৰ বাবে আবেদন কৰিব পাৰিব৷

যিসকল কৰ্মচাৰীয়ে ৩১ মাৰ্চৰ ভিতৰত এই আবেদন কৰিব নোৱাৰিব তেওঁলোকে এই এলাউঞ্চ লাভৰ পৰা বঞ্চিত হ’ব বুলিও প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in AssamCentral Govt Employee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ
অপৰাধ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
Next Post
টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.