• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

5 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

5 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

5 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

6 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

6 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

7 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

8 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

9 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

9 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

10 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

11 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

editor by editor
March 23, 2022
in জীৱনশৈলী, ভাৰত
0
জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!
0
SHARES
787
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত জন্ম নিয়ন্ত্ৰণৰ বাবে লোৱা এক আঁচনি ৰূপায়ণ কৰিবলৈ গৈ আশাকৰ্মীসকলে মুখলজ্জাৰ লগতে গঞাৰ ৰোষত পৰিছে৷

জন্ম নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা উক্ত আঁচনি অনুসৰি আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ এক বিশেষ চেম্পুল অৰ্থাৎ আৰ্হি প্ৰদৰ্শন কৰাৰ লগতে যৌনতাৰ বিষয়েও মুকলিকৈ বাৰ্তালাপ কৰিব লাগে৷ অৰ্থাৎ আশাকৰ্মীসকলে বিবাহিত নৱ দম্পতীয়ে যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত কেনেধৰণৰ প্ৰতিৰোধ গ্ৰহণ কৰিলে জন্ম নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে ব্যৱহাৰিক শিক্ষা দিব লাগে৷

ইয়াৰ পূৰ্বে দম্পতীসকলক যৌন সম্পৰ্ক স্থাপনৰ সময়ত ল’বলগীয়া প্ৰতিৰোধ সম্পৰ্কে আশা কৰ্মীসকলে পুস্তিকাত থকা চিত্ৰেৰে বুজাই আহিছিল৷ কিন্তু এতিয়া মহাৰাষ্ট্ৰ চৰকাৰে চিত্ৰ শিক্ষণৰ সৈতে আৰু দুটা বিশেষ সজুলি যোগ দিছে৷

 

লগতে পঢ়ক ৰূপহী মহাবিদ্যালয়ত হঠাৎ কিয় এই পৰিৱেশ?

সেই দুটা হৈছে পুৰুষাংগ আকৃতিৰ সঁজুলি আৰু কণ্ডম৷ যাৰ দ্বাৰ আশা কৰ্মীসকলে গাঁৱলীয়া বিবাহিত দম্পতীসকলক যৌন সম্পৰ্ক স্থাপনৰ সময়ত জন্ম নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে ব্যৱহাৰিক শিক্ষাও দিব লাগে৷

এই ব্যৱস্থাটো ৰূপায়ণ কৰিবলৈ গৈ এতিয়া ৰাজ্যখনৰ আশাকৰ্মীসকলে নিজে লাজত পৰাৰ লগতে গঞাৰ ৰোষতো পৰিছে৷ ৰাজ্যখনৰ গ্ৰাম্য এলেকাৰ নৱ দম্পতীসকলক আশাকৰ্মীসকলে পুৰুষাংগত কেনেকৈ কণ্ডম পৰিধান কৰিব লাগে তাক দেখুওৱাবলৈ পুৰুষাংগ আকৃতিৰ এটা সঁজুলিত কণ্ডম পৰিধান কৰি দেখুওৱাই দিব লাগে৷

‘‘নৱ দম্পতীসকলৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে আশাকৰ্মীসকলক কেনেকৈ জন্ম নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে বিশেষ সঁজুলিৰ জৰিয়তে ব্যৱহাৰিক প্ৰদৰ্শনেৰে বুজাবলৈ ঘৰে ঘৰে প্ৰেৰণ কৰা হৈছে৷ তেওঁলোকে পুৰষাংগ আকৃতিৰ সঁজুলিটোত কেনেকৈ কণ্ডম পৰিধান কৰিব লাগে সেয়াও দেখুওৱাব লাগে৷’’ ৰাজ্যখনৰ স্বাস্থ্য সঞ্চালক ডাঃ অৰ্চনা পাটিলে কয়৷

 

লগতে পঢ়ক নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

এইদৰে দম্পতীসকলক পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পৰিধান কৰা প্ৰদৰ্শন কৰিবলৈ গৈ আশাকৰ্মীসকলে কেৱল লজ্জাবোধ কৰাৰ লগতে পুৰুষসকলৰ ৰোষত পৰিছে৷ সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা মতে আশাকৰ্মীয়ে এইদৰে পত্নীসকলক তেওঁলোকৰ বিৰুদ্ধে উচটনি দিয়াৰ লগতে লজ্জাহীন কৰা বুলিও পুৰুষসকলে গুৰুতৰ অভিযোগ কৰিছে৷

ইফালে মাত্ৰ দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা আশাকৰ্মীসকলেও নিজৰ যৌন শিক্ষা অভাৱৰ বাবে যৌন সম্পৰ্কৰ সময়ত ল’বলগীয়া প্ৰতিৰোধ ব্যৱস্থা, কণ্ডম আৰু পুৰুষাংগ আকৃতিৰ সঁজুলিৰ দ্বাৰা দম্পতীসকলক যৌন শিক্ষা প্ৰদান আৰু জন্ম নিয়ন্ত্ৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ অপৰাগ হোৱা বুলিও প্ৰকাশ পাইছে৷

বিশেষকৈ ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দল বিজেপিয়ে ইয়াৰ সুযোগ লৈ মহাৰাষ্ট্ৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
Next Post
কিয় অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে ৰাজনীতি ত্যাগ কৰিব?

কিয় অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে ৰাজনীতি ত্যাগ কৰিব?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.