• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

11 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

9 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

9 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

9 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

10 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

10 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

11 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

11 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

12 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

13 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

16 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

editor by editor
March 23, 2022
in চিনেমা, বিনোদন, ভাৰত
0
নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল অভিনয় প্ৰতিভাৰেই নহয়, এক সুকীয়া ব্যক্তিত্বৰে বলিউদত প্ৰতিষ্ঠা লাভ কৰা অভিনেত্ৰী কংকনা সেন শৰ্মাই নিজকে নাৰী বুলি নাভাবে৷ এই কথা খোদ নিজেই প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷

হাৰ্পাৰছ বাজাৰ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ নিজকে নাৰী বুলি স্বীকাৰ নকৰাই নহয়, নাৰী আৰু পুৰুষৰ স্পষ্ট লৈংগিক বিভাজন নথকা উভয় লিংগৰ লক্ষণযুক্ত মানুহ বুলিহে ভাবে৷ আনকি লিংগ ভিত্তিক সমাজ গঠনকো বিশ্বাস নকৰে বুলি প্ৰকাশ কৰিছে অভিনেত্ৰী কংকনাই৷

এণ্ড্ৰ’গিনাছৰ লক্ষণ থকা বুলি ব্যক্ত কৰি অভিনেত্ৰী কংকনাই কয় যে লৈংগিকভাৱে তেওঁ পুৰুষ আৰু নাৰী দুয়োটাই হয়৷

লগতে পঢ়ক মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

‘‘মই নিজকে নাৰী হিচাপে নাচাওঁ৷ নিজকে মই সম্পূৰ্ণ লিংগহীন হিচাপেহে চাওঁ৷ মোৰ লগত লৈংগিক অৱধাৰণা খাপ নাখায়৷ আনকি ছবিত অত্যধিক নাৰীসুলভ চৰিত্ৰত অভিনয় কৰিলে ই কেনেকৈ সম্ভৱ সেই বিষয়েও ভাবো৷’’ কংকনাই এইদৰে কয়৷

‘‘মোৰ মাজত পুৰুষ আৰু নাৰী বুলি নহয়… মই নিজকে সদায় অলপ এণ্ড্ৰ’গিনাছৰ দৰে অনুভৱ কৰি আহিছো৷’’ অভিনেত্ৰী কংকনা সেন শৰ্মাই লগতে কয়৷

লগতে পঢ়ক প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা

তেওঁৰ লগতে কয় যে পিতৃ-মাতৃয়ে তেওঁক এক অগতানুগতিক আৰু প্ৰগতিশীল জীৱন যাপনৰ বাবে প্ৰস্তুত কৰাত কংকনাই সৰুৰে পৰা নাৰী পুৰুষৰ স্পষ্ট বিভাজন থকা সমাজত স্বাচ্ছন্দ্যবোধ কৰা নাছিল৷

প্ৰাক্তন স্বামী ৰণবীৰ শ্বুৰীৰ তেওঁৰ পুত্ৰ হাৰণ শ্বৰীক কংকনাই মুক্তচিন্তা কৰিবলৈ শিক্ষা দিয়া বুলিও প্ৰকাশ কৰিছে৷

See More

উল্লেখ্য কংকনা সেন শৰ্মাক শেষবাৰৰ বাবে মাতৃ অপৰ্ণা সেনে পৰিচালনা কৰা দ্য ৰেপিষ্টত দেখা গৈছিল৷ যোৱা বছৰৰ অক্টোবৰত মুক্তি লাভ কৰা ছবিখনত অৰ্জুণ ৰামপাল আৰু তম্মী ধানানিয়াই অভিনয় কৰিছিল৷ শেহতীয়াকৈ কংকনাক মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰা ৱেব চিৰিজ চ’পত দেখা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Androgynyasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKonkona Sen SharmaRanvir Shorey
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’
বিশ্ব

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

July 2, 2026
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা
প্ৰযুক্তি

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Next Post
‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

ৰূপহী মহাবিদ্যালয়ত হঠাৎ কিয় এই পৰিৱেশ?

ৰূপহী মহাবিদ্যালয়ত হঠাৎ কিয় এই পৰিৱেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.