• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

5 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

39 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

editor by editor
March 25, 2022
in বাণিজ্য, বিবিধ
0
NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগতীয়া অৱসৰ পৰিকল্পনাইও বৃহৎ পেঞ্চন লাভৰ দুৱাৰ মুকলি কৰিব৷ আপুনি আপোনাৰ আৰু আপোনাৰ পত্নীৰ বাবে এনে আঁচনিৰ জৰিয়তে আপুনি পেঞ্চন পৰিকল্পনা কৰিব পাৰে।

বজাৰত কেইবাটাও আকর্ষণীয় দীর্ঘম্যাদী সঞ্চয়ৰৰ পথ আছে যি পৰিকল্পনাই আপোনাৰ অধিক পেঞ্চন লাভ কৰাৰ পথ মুকলি কৰিব। ইয়াৰে এটা হৈছে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী(NPS), যি হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা এক পেঞ্চন আঁচনি।
এই এনপিএছৰ লক্ষ্য হৈছে সুৰক্ষিত আৰু নিয়ন্ত্রিত বজাৰ আধাৰিত ৰিৰ্টাণৰ জৰিয়তে বৃদ্ধ বয়সত আৰ্থিক নিৰাপত্তা প্ৰদান কৰা।

 

লগতে পঢ়ক মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?

আঁচনিখন পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্রিত আৰু পিএফআৰডিএৰ দ্বাৰা স্থাপিত ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী ন্যাস হৈছে এনপিএছৰ অধীনৰ সম্পদৰ পঞ্জীভুক্ত।

ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীয়ে আপোনাক দীর্ঘম্যাদী পৰিকল্পনাৰ সুযোগ আৰু বিকল্প প্ৰদান কৰে যাৰ অধীনত আপুনি ইয়াৰ মিচিয়’ৰিটি শেষত পেঞ্চন লাভ কৰিবলৈ মাহিলী বিনিয়োগৰ পৰিমাণ নিজেই নিৰ্ধাৰণ কৰিব পাৰে।

 

লগতে পঢ়ক সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

অৱেশ্য আপুনি সোনকালে এই আঁচনি আৰম্ভ কৰিলে তেনে আপুনি অধিক পৰিমাণে লাভান্বিত হ’ব পাৰিব।
১৮-৬৫ বছৰ বয়সৰ ভিৰতৰ যিকোনো ব্যক্তিয়ে এনপিএত এই আঁচনিত বিনিয়োগ কৰিব পাৰে।

এই আঁচনিত মাহে ৫০০০ টকাকৈ ৩০ বছৰ বিনিয়োগ কৰি ১০ শতাংশ সুত লাভ কৰিব৷ মাহে ৫০০০ টকাকৈ ৩০ বছৰত জমা কৰিলে সুতসহ আপোনাৰ পেঞ্চন ফাণ্ডত ১,১১,৯৮,৪৭১ টকা জমা হ’ব৷ আৰু মাহে আপুনি ৪৪,৭৯৩ টকাকৈ পেঞ্চন লাভ কৰিব৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamnps
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
Next Post
উত্তৰ প্ৰদেশত ইতিহাস ৰচি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে যোগীয়ে

উত্তৰ প্ৰদেশত ইতিহাস ৰচি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে যোগীয়ে

নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.