• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

4 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

2 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

4 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

editor by editor
July 16, 2022
in অসম, শিক্ষা
0
কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেবাৰ টোগলকী কাণ্ডৰ বলি হ’ল হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ দুগৰাকীকৈ পৰীক্ষাৰ্থী৷ ছেবাৰ দায়িত্বজ্ঞানহীতাৰ বাবে দুগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফলৰ সময়ত অসমৰ ভিতৰতে স্থান লাভৰ পৰা বঞ্চিত হৈছিল৷ বঞ্চিত হোৱা  মেধাৱী পৰীক্ষাৰ্থী দুগৰাকী হৈছে ক্ৰমে প্ৰাৰ্থনা দত্ত আৰু অবিনাশ চহৰীয়া৷

শিৱসাগৰ জিলাৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্ত বহী পুৰীক্ষণৰ পিছতে হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা প্ৰাৰ্থনা দত্তক ছেবাই প্ৰথমে প্ৰাপ্য নম্বৰ নিদি সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ দিয়াৰ বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল।

৬ষ্ঠ স্থান লাভ কৰা মেধাৱী পৰীক্ষাৰ্থী প্ৰাৰ্থনা দত্ত

লগতে পঢ়ক ৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

কিন্তু ইয়াতে অসন্তুষ্ট হৈ ছাত্ৰীগৰাকীয়ে পুনৰীক্ষণৰ বাবে ছেবা কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায়। ছেবাই বহী পুনৰীক্ষণ কৰাৰ পিছত প্ৰাৰ্থনা দত্তই সাধাৰণ বিজ্ঞান ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰে৷

শুকুৰবাৰে ছেবাৰ সদস্য উমেশ শর্মা, পবিত্রপ্রাণ ভট্টাচার্য, ফাদাৰ ডেনিয়েল, বিপুল কুমাৰ দাস আৰু জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰাৰ বিষয়ে অৱগত কৰি ছাত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে মার্কশ্বীট আৰু উত্তীর্ণৰ প্ৰমানপত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দেবীস্তুতি হাজৰিকা নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

১০ম স্থান লাভ কৰা মেধাৱী পৰীক্ষাৰ্থী অবিনাশ চহৰীয়া

লগতে পঢ়ক উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

ইপিনে, প্ৰাৰ্থনা দত্তৰ দৰেই আন এগৰাকী ছাত্ৰই বহী পুনৰীক্ষণৰ জৰিয়তে মেট্ৰিকৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়াই পুনৰ পৰীক্ষা নিৰীক্ষণ কৰাত গণিত বিষয়ত ৫৬ নম্বৰৰ বিপৰীতে ১০০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। দায়িত্বজ্ঞানহীন ছেবাই মেধাৱী পৰীক্ষাৰ্থীগৰাকীক ১০০ নম্বৰৰ পৰিৱৰ্তে মাত্ৰ ৫৬ নম্বৰ দি স্থান লাভৰ পৰা বঞ্চিত কৰিছিল৷

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত ছেবাৰ এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডক দুয়োগৰাকী মেধাৱী পৰীক্ষাৰ্থীৰ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhslchslc result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.