• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

3 weeks ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

17 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

18 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

19 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

21 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

22 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

23 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

23 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

24 hours ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

editor by editor
July 16, 2022
in অসম, শিক্ষা
0
কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেবাৰ টোগলকী কাণ্ডৰ বলি হ’ল হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ দুগৰাকীকৈ পৰীক্ষাৰ্থী৷ ছেবাৰ দায়িত্বজ্ঞানহীতাৰ বাবে দুগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফলৰ সময়ত অসমৰ ভিতৰতে স্থান লাভৰ পৰা বঞ্চিত হৈছিল৷ বঞ্চিত হোৱা  মেধাৱী পৰীক্ষাৰ্থী দুগৰাকী হৈছে ক্ৰমে প্ৰাৰ্থনা দত্ত আৰু অবিনাশ চহৰীয়া৷

শিৱসাগৰ জিলাৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্ত বহী পুৰীক্ষণৰ পিছতে হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা প্ৰাৰ্থনা দত্তক ছেবাই প্ৰথমে প্ৰাপ্য নম্বৰ নিদি সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ দিয়াৰ বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল।

 

৬ষ্ঠ স্থান লাভ কৰা মেধাৱী পৰীক্ষাৰ্থী প্ৰাৰ্থনা দত্ত

 

লগতে পঢ়ক ৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

কিন্তু ইয়াতে অসন্তুষ্ট হৈ ছাত্ৰীগৰাকীয়ে পুনৰীক্ষণৰ বাবে ছেবা কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায়। ছেবাই বহী পুনৰীক্ষণ কৰাৰ পিছত প্ৰাৰ্থনা দত্তই সাধাৰণ বিজ্ঞান ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰে৷

শুকুৰবাৰে ছেবাৰ সদস্য উমেশ শর্মা, পবিত্রপ্রাণ ভট্টাচার্য, ফাদাৰ ডেনিয়েল, বিপুল কুমাৰ দাস আৰু জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰাৰ বিষয়ে অৱগত কৰি ছাত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে মার্কশ্বীট আৰু উত্তীর্ণৰ প্ৰমানপত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দেবীস্তুতি হাজৰিকা নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

 

১০ম স্থান লাভ কৰা মেধাৱী পৰীক্ষাৰ্থী অবিনাশ চহৰীয়া

 

লগতে পঢ়ক উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

ইপিনে, প্ৰাৰ্থনা দত্তৰ দৰেই আন এগৰাকী ছাত্ৰই বহী পুনৰীক্ষণৰ জৰিয়তে মেট্ৰিকৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়াই পুনৰ পৰীক্ষা নিৰীক্ষণ কৰাত গণিত বিষয়ত ৫৬ নম্বৰৰ বিপৰীতে ১০০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। দায়িত্বজ্ঞানহীন ছেবাই মেধাৱী পৰীক্ষাৰ্থীগৰাকীক ১০০ নম্বৰৰ পৰিৱৰ্তে মাত্ৰ ৫৬ নম্বৰ দি স্থান লাভৰ পৰা বঞ্চিত কৰিছিল৷

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত ছেবাৰ এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডক দুয়োগৰাকী মেধাৱী পৰীক্ষাৰ্থীৰ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhslchslc result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’
চিনেমা

পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’

August 6, 2022
CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা
বিশ্ব

CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

August 6, 2022
ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!
বিবিধ

ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

August 5, 2022
অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ
বিশ্ব

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

August 4, 2022
Next Post
অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.