• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

4 years ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

35 minutes ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

1 hour ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

2 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

4 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

5 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

6 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

7 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

8 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

9 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

9 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

editor by editor
September 2, 2022
in অপৰাধ, ভাৰত
0
সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক
0
SHARES
762
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাক ছুৰীৰে আঘাত কৰি ধন, সোণৰ গহনা লৈ প্ৰেমিকে পলায়ন কৰাৰ এক ঘটনা পোহৰলৈ আহিছে৷ ঘটনাটো উত্তৰ প্ৰদেশৰ শৰাই অকিল আৰক্ষী চকীৰ অন্তৰ্গত এক এলেকাত সংঘটিত হৈছে৷

প্ৰকাশিত বাতৰি মতে প্ৰেমিকৰ সৈতে পলাই বিবাহপাশত আৱদ্ধ হোৱাৰ মানসেৰে এগৰাকী যুৱতীয়ে ধন আৰু সোণৰ গহনা লৈ ঘৰৰ পৰা পলায়ন কৰে৷

বিবাহৰ প্ৰতিশ্ৰুতি দি প্ৰেমিকাক ধন আৰু সোণৰ গহনা লৈ আহিবলৈ কোৱা ২২ বছৰীয়া প্ৰেমিকে অৱশেষত পথাৰৰ জনশূণ্য স্থানলৈ নি প্ৰেমিকাক ছুৰীৰে আঘাত কৰি ধন আৰু সোণৰ গহনা লৈ পলায়ন কৰে৷

লগতে পঢ়ক নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

ইতিমধ্যে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ যুৱতীগৰাকীক চিকিৎসালয় ভৰ্তি কৰোৱাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে৷

যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত পৰিয়ালৰ লোকে পলাতক প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকৰজনৰ সন্ধান অভিযান চলাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of AssamBest Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি
অপৰাধ

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
Next Post
DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.