• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

4 years ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

6 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

6 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

6 hours ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

7 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

8 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

9 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

9 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

10 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

10 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

11 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

editor by editor
September 2, 2022
in অসম, ভাৰত
0
চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নয়ডা ছেক্টৰ ৩৯ আৰক্ষীৰ অন্তৰ্গত চালাৰপুৰ গাঁৱত চাৰে তিনি বছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ কৰাৰ অপৰাধত সুৰজপুৰ জিলা আৰু সত্ৰ আদালতে এজন ৬৫ বছৰীয়া লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে৷

আকবৰ আলী নামৰ অভিযুক্তজন পশ্চিমবংগৰ মালদাৰ এখন গাঁৱৰ বাসিন্দা। প্ৰমাণ আৰু ৮ টা সাক্ষ্যৰ ভিত্তিত জিলা আৰু সত্ৰ ন্যায়াধীশ অনিল কুমাৰ সিঙে এই শাস্তি প্ৰদান কৰে। আউটলুকৰ বাতৰি অনুসৰি তেওঁৰ বিৰুদ্ধে POCSO (Protection of Children from Sexual Offence) আৰু ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ৩৭৫ আৰু ধাৰা ৩৭৬ৰ অধীনত অভিযুক্ত কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি ২০১৯ চনত আলীয়ে নিজৰ বিবাহিত কন্যাক চাবলৈ নয়ডা ছেক্টৰৰ ৪৫ নং চালাৰপুৰ গাঁৱলৈ গৈছিল। সেই সময়তে তেওঁ মিঠাই দিয়াৰ অজুহাতত ওচৰ-চুবুৰীয়াৰ কন্যা শিশুগৰাকীক প্ৰলোভিত কৰি শিশুটিক ডিজিটেল ধৰ্ষণ কৰিছিল।

লগতে পঢ়ক নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

ঘটনাৰ সন্দৰ্ভত শিশুটিৰ পিতৃ-মাতৃয়ে লোকজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তি শিশুগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ধৰ্ষণৰ বলি হোৱাটো নিশ্চিত হোৱাৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

তেতিয়াৰে পৰা আলী জিলা কাৰাগাৰত আছে। অভিযুক্ত আলীৰ অন্তৱৰ্তীকালীন জামিনো নাকচ কৰা হৈছিল আৰু শেষত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে তেওঁক ৫০ হাজাৰ টকা জৰিমনা বিহিছে।

উল্লেখ্য যে ডিজিটেল ধৰ্ষণৰ চাইবাৰ অপৰাধ তথা প্ৰযুক্তিৰ সৈতে কোনো সম্পৰ্ক নাই। বৰঞ্চ এই বাক্যাংশটো ইংৰাজী শব্দ ‘ডিজিট’ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ সংখ্যা আৰু পূৰ্ণসংখ্যাৰ উপৰিও হাতৰ আঙুলি, বুঢ়া আঙুলি আৰু ভৰিৰ আঙুলিকো বুজায়।

লগতে পঢ়ক যৌন নিৰ্যাতন চলাই চলন্ত ৰে’লৰ পৰা গতিয়াই দিলে মহিলাক, ভুক্তভোগী মহিলাৰ মৃত্যু

ডিজিটেল ধৰ্ষণে মূলতঃ যৌনাংগত হাতৰ আঙুলি বা ভৰিৰ আঙুলিক অসন্মতিক্ৰমে তথা বলপূৰ্বক প্ৰৱেশ কৰা কাৰ্যকহে বুজায়৷

পূৰ্বতে এনে কাৰ্যক ধৰ্ষণ নহয়, নিৰ্যাতন বুলি গণ্য কৰা হৈছিল যদিও সংসদত প্ৰৱৰ্তন কৰা নতুন ধৰ্ষণ আইনসমূহে এই শব্দটোৰ উদ্ভাৱন কৰি আৰু ৩৭৫ আৰু ৩৭৬ ধাৰা আৰু যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা (POCSO) আইন অনুসৰি ইয়াক যৌন অপৰাধ বুলি গণ্য কৰিছে।

POCSO আইন অনুসৰি অপৰাধীজনে কমেও ৫ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব। কিন্তু ৩৭৬ ধাৰাৰ অধীনত কোনো ব্যক্তিৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হ’লে এই শাস্তি দহ বছৰ আনকি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি কৰিব পাৰি।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamdigital rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

May 27, 2026
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ
জীৱনশৈলী

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

May 27, 2026
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
Next Post
সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.