• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন নিৰ্যাতন চলাই চলন্ত ৰে’লৰ পৰা গতিয়াই দিলে মহিলাক, ভুক্তভোগী মহিলাৰ মৃত্যু

যৌন নিৰ্যাতন চলাই চলন্ত ৰে’লৰ পৰা গতিয়াই দিলে মহিলাক, ভুক্তভোগী মহিলাৰ মৃত্যু

4 years ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

33 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

1 hour ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

2 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

3 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

4 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

5 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

6 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

15 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যৌন নিৰ্যাতন চলাই চলন্ত ৰে’লৰ পৰা গতিয়াই দিলে মহিলাক, ভুক্তভোগী মহিলাৰ মৃত্যু

editor by editor
September 2, 2022
in অপৰাধ, ভাৰত
0
যৌন নিৰ্যাতন চলাই চলন্ত ৰে’লৰ পৰা গতিয়াই দিলে মহিলাক, ভুক্তভোগী মহিলাৰ মৃত্যু
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰিয়ানাৰ ফতেহাবাদ-তোহানাত মাজত এখন চলন্ত ৰে’লত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণীৰ মতে চলন্ত ৰে’লত গভীৰ নিশা সহযাত্ৰীৰ হাতত যৌন নিগ্ৰহৰ বলি হোৱা এগৰাকী মহিলাই কৰুণ মৃত্যুক আকোঁৱালি লৈছে৷ নিৰ্যাতন প্ৰতিবাদ কৰাৰ বাবে অভিযুক্ত যুৱকজনে মহিলাগৰাকীক চলন্ত ৰে’লৰ পৰা গতিয়াই পেলাই দিয়াৰ ফলত মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

নিহত মহিলাগৰাকীৰ নাম মনদীপ কৌৰ (৩০) জানিব পৰা গৈছে৷ অভিযুক্ত যুৱকজনে নৰৱানাৰ পৰা ৰে’লত উঠিছিল আৰু ৰে’লত মহিলাগৰাকীক অকলে দেখা পাই যৌন নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীয়ে নিজকে যৌন নিৰ্যাতনৰ বলি হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰি ইয়াৰ বিৰোধিতা কৰিছিল।

লগতে পঢ়ক হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে শেষ কৰিলে নিজৰ জীৱন

মহিলাগৰাকীয়ে বাৰে বাৰে লোকজনৰ আগ্ৰাসন প্ৰতিৰোধ কৰাত ব্যতিব্যস্ত হৈ অভিযুক্ত যুৱকজনে ভুক্তভোগী মহিলাগৰাকীক ঠেলা মাৰি চলন্ত ৰে’লৰ পৰা পেলাই দিয়ে৷ চলন্ত ৰে’লৰ পৰা পৰি মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়৷

এই ঘটনাৰ সময়ত চলন্ত ৰে’লৰ দবাটোত মহিলাগৰাকীৰ ৯ বছৰীয়া পুত্ৰ সন্তানো উপস্থিত আছিল৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত লোকজনেও চলন্ত ৰে’লৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ যুৱকজনক পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

অভিযুক্ত যুৱকজনক আৰক্ষীয়ে চিকিৎসালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰিব বুলি প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ নাম সন্দীপ (২৭) বুলি বুলি প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.