• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?

মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?

4 years ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

4 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

4 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

5 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

6 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

6 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

8 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

8 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

10 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?

editor by editor
October 23, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শনিবাৰে মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ সন্মুখত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ কৰি দুৰ্বিত্তই হত্যা কৰিছে এজন পশু চিকিৎসকক। হত্যাৰ বলি হোৱা চিকিৎসক তথা ব্যৱসায়ীজন খঞ্জিত মেধি বুলি জানিব পৰা গৈছে।

নিশা সংঘটিত এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে সুভাষ বসুমতাৰী নামৰ এজন লোকক আটক কৰি আৰম্ভ কৰিছে তদন্ত। নিশা প্ৰায় ১০ বজাত প্ৰতীক্ষা হাস্পতালৰ সন্মুখত থকা ৭৭ ৰেষ্টুৰেন্টৰ মালিক আৰু এজন বন্ধুৰ সৈতে ৰেষ্টুৰেন্টখনত বহি থকা অৱস্থাতেই এই ঘটনা।

অভিযোগ অনুসৰি মাত্ৰ ৮ হাজাৰ টকাৰ বাবেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। হত্যাৰ অভিযোগ উত্থাপিত হোৱা সুভাষ ৰেষ্টুৰেণ্টত কৰ্মৰত এজন কৰ্মচাৰী আছিল। ৰেষ্টুৰেণ্টত কাম কৰা সুভাষ বসুমতাৰীৰ মাতৃ ঊষা বসুমতাৰীয়ে খঞ্জিত মেধিৰ পৰা পাব লগা ৪ হাজাৰ টকাক লৈয়ে ঘটনাৰ আৰম্ভণি। টকাখিনি খোজাৰ সময়তে সুভাষৰ সৈতে বাক বিতণ্ডা হৈছিল ৰেষ্টুৰেন্টখনৰ মালিক খঞ্জিতৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, বাক বিতণ্ডাৰ মাজতেই সুভাষে খঞ্জিতক হত্যা কৰে। ইপিনে আৰক্ষীৰ তদন্তত সুভাষ ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সমগ্ৰ হত্যাকাণ্ডক লৈ খঞ্জিতৰ পৰিয়ালে উত্থাপন কৰিছে বহুকেইটা বিস্ফোৰক অভিযোগ। পৰিয়ালৰ অভিযোগ অনুসৰি, খঞ্জিতক সুৰাপান কৰাই ৰেষ্টুৰেন্টখনত বন্ধু কেইজনে পৰিকল্পিতভাৱে হত্যা কৰিছে। ইয়াৰোপৰি খঞ্জিতৰ ব্যৱসায়ত বহু টকাৰ লেন দেন থকা বুলিও অভিযোগ উঠিছে। খঞ্জিতক প্ৰথমতে প্ৰতীক্ষা হাস্পতাললৈ নিয়া হৈছিল যদিও পিছত ছয়মাইলৰ GNRC হাস্পতাললৈ নিয়া হয়। GNRC-তেই চিকিৎসকে খঞ্জিতক মৃত বুলি ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
Next Post
‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

'এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো...’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী!’ ভাইৰেল, প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিশেষ চিঠি…

‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী!’ ভাইৰেল, প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিশেষ চিঠি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.