• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?

মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?

3 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

14 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

14 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

15 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

15 hours ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

15 hours ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

17 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

18 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

1 day ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

1 day ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

1 day ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?

editor by editor
October 23, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
মৃত্যু কোনবাটে আহে কোনেও নাজানে! গাড়ীৰ চাবিৰেই ডিঙি ৰেপি হত্যা পশু চিকিৎসক খঞ্জিত মেধিক?
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শনিবাৰে মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ সন্মুখত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ কৰি দুৰ্বিত্তই হত্যা কৰিছে এজন পশু চিকিৎসকক। হত্যাৰ বলি হোৱা চিকিৎসক তথা ব্যৱসায়ীজন খঞ্জিত মেধি বুলি জানিব পৰা গৈছে।

নিশা সংঘটিত এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে সুভাষ বসুমতাৰী নামৰ এজন লোকক আটক কৰি আৰম্ভ কৰিছে তদন্ত। নিশা প্ৰায় ১০ বজাত প্ৰতীক্ষা হাস্পতালৰ সন্মুখত থকা ৭৭ ৰেষ্টুৰেন্টৰ মালিক আৰু এজন বন্ধুৰ সৈতে ৰেষ্টুৰেন্টখনত বহি থকা অৱস্থাতেই এই ঘটনা।

অভিযোগ অনুসৰি মাত্ৰ ৮ হাজাৰ টকাৰ বাবেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। হত্যাৰ অভিযোগ উত্থাপিত হোৱা সুভাষ ৰেষ্টুৰেণ্টত কৰ্মৰত এজন কৰ্মচাৰী আছিল। ৰেষ্টুৰেণ্টত কাম কৰা সুভাষ বসুমতাৰীৰ মাতৃ ঊষা বসুমতাৰীয়ে খঞ্জিত মেধিৰ পৰা পাব লগা ৪ হাজাৰ টকাক লৈয়ে ঘটনাৰ আৰম্ভণি। টকাখিনি খোজাৰ সময়তে সুভাষৰ সৈতে বাক বিতণ্ডা হৈছিল ৰেষ্টুৰেন্টখনৰ মালিক খঞ্জিতৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, বাক বিতণ্ডাৰ মাজতেই সুভাষে খঞ্জিতক হত্যা কৰে। ইপিনে আৰক্ষীৰ তদন্তত সুভাষ ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সমগ্ৰ হত্যাকাণ্ডক লৈ খঞ্জিতৰ পৰিয়ালে উত্থাপন কৰিছে বহুকেইটা বিস্ফোৰক অভিযোগ। পৰিয়ালৰ অভিযোগ অনুসৰি, খঞ্জিতক সুৰাপান কৰাই ৰেষ্টুৰেন্টখনত বন্ধু কেইজনে পৰিকল্পিতভাৱে হত্যা কৰিছে। ইয়াৰোপৰি খঞ্জিতৰ ব্যৱসায়ত বহু টকাৰ লেন দেন থকা বুলিও অভিযোগ উঠিছে। খঞ্জিতক প্ৰথমতে প্ৰতীক্ষা হাস্পতাললৈ নিয়া হৈছিল যদিও পিছত ছয়মাইলৰ GNRC হাস্পতাললৈ নিয়া হয়। GNRC-তেই চিকিৎসকে খঞ্জিতক মৃত বুলি ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে
অসম

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

July 13, 2025
কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ
অসম

কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ

July 10, 2025
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে
অসম

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

July 9, 2025
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে
অসম

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

July 8, 2025
Next Post
‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

'এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো...’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী!’ ভাইৰেল, প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিশেষ চিঠি…

‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী!’ ভাইৰেল, প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিশেষ চিঠি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.