• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…

২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…

3 years ago
কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

4 hours ago
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

5 hours ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

6 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

7 hours ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

7 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

7 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

8 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

8 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

10 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

10 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

11 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…

editor by editor
November 13, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফ্ৰান্সৰ বিশ্ববিখ্যাত ভৱিষ্যতদ্ৰষ্টা নষ্ট্ৰাডামুছৰ প্ৰায়সমূহ ভৱিষ্যতবাণীয়েই সত্য প্ৰমাণিত হৈছে। ১৫৬৬ চনত মৃত্যুৰ পূৰ্বে নষ্ট্ৰাডামুছে ৬,৩৩৮ টা ভৱিষ্যতবাণী কৰি থৈ গৈছে। পৃথিৱী কেনেকৈ ধ্বংস হ’ব সেই সম্পৰ্কেও ভৱিষ্যতবাণী কৰি থৈ গৈছে নষ্ট্ৰাডামুছে। বিপ্লৱৰ পৰা আৰম্ভ কৰি যুদ্ধ পৰ্যন্ত সকলোবোৰৰেই ৰূপৰেখা তৈয়াৰ কৰি গৈছে নষ্ট্ৰাডামুছে। হিটলাৰৰ উত্থান, দ্বিতীয় বিশ্বযুদ্ধ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰত আক্ৰমণ, কৰ’না মহামাৰীৰো ভৱিষ্যতবাণী তেতিয়াই কৰি গৈছিল ভৱিষ্যতদ্ৰষ্টাগৰাকীয়ে। কেৱল এয়াই নহয় আগন্তুক ২০২৩ চনক লৈয়ো কেইবাটাও ভৱিষ্যতবাণী কৰি থৈ গৈছে তেওঁ। ২০২৩ক লৈ কৰা ভৱিষ্যতবাণী কেইটাক লৈ আজিও শংকিত হৈ আছে বিশ্ববাসী। কি কৈছিল নষ্ট্ৰাডামুছে?

যুদ্ধ হ’ব এইকেইখন দেশৰ মাজত!

নষ্ট্ৰাডামুছে কৈছিল, ‘সাত মাহ ধৰি যুদ্ধ হ’ব, এই যুদ্ধতেই বহু মানুহৰ মৃত্যু হ’ব।’ বহুতৰে দাবী যে নষ্ট্ৰাডামুছে তৃতীয় বিশ্বযুদ্ধৰ কথাকেই কৈ গৈছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ ৰূপ ধাৰণ কৰিব বুলি বহুতেই ধাৰণা কৰিছে। একাংশৰ মতে ২০২৩ চনত চীন আৰু টাইৱানৰ মাজতো যুদ্ধৰ আশংকা আছে। যি যুদ্ধই ভয়াৱহৰূপ ল’ব। চীনে টাইৱান আক্ৰমণ কৰাৰ লগে লগেই মাৰ্কিন যুক্তৰাষ্ট্ৰই এই যুদ্ধত হস্তক্ষেপ কৰিব, এনেকৈয়ে এই যুদ্ধই বিশ্বযুদ্ধৰ ৰূপ ল’ব।

মঙলগ্ৰহত মানুহৰ বসতি সম্ভৱ হ’ব!

মঙল গ্ৰহক লৈয়ো ভৱিষ্যতবাণী কৰি গৈছে নষ্ট্ৰাডামুছে। তেওঁ কৈছিল, ‘মঙলগ্ৰহত মানুহৰ বসতিৰ সম্ভাৱনা আছে।’ নষ্ট্ৰাডামুছৰ এই ভৱিষ্যতবাণীও ২০২৩তেই পূৰণ হ’ব।২০২৩ত মঙলগ্ৰহত মানুহে বসতি স্থাপন কৰাৰ সম্ভাৱনা আছে। মঙলত যান পঠিয়াই পৰীক্ষা নিৰীক্ষা চলাই আছে প্ৰায়কেইটা মহাকাশ সংস্থাই।

আকাশৰ পৰা জুই পৰিব!

তেওঁ কৈছিল, ‘আচৰিত ধৰনেৰে আকাশত জুই লাগিব।’ বহুতেই এই সম্পৰ্কেও গৱেষণা চলাই কৈছে যে এই কথাৰ জৰিয়তে তেওঁ নতুন সভ্যতাৰ বাখ্যা দিছে। বহুতৰে মতে আকৌ নষ্ট্ৰাডামুছে ২০২৩ চনত পৃথিৱী ধ্বংস হোৱাৰ ইংগিত দিছিল। একাংশৰ মতে তেওঁ বিশ্বত নতুন সভ্যতাৰেই ইংগিত দিছিল। অৱশ্যে কি হ’ব আগন্তুক বৰ্ষত এয়া সময়তহে পৰিলক্ষিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা
জীৱনশৈলী

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

April 24, 2026
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

April 24, 2026
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা
জীৱনশৈলী

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

April 24, 2026
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!
জীৱনশৈলী

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

April 24, 2026
Next Post
শৰীৰৰ ওজন দিনে দিনে কমিছে, নিক জ’নাছ আক্ৰান্ত হৈছে এই ভয়াৱহ ৰোগত?

শৰীৰৰ ওজন দিনে দিনে কমিছে, নিক জ’নাছ আক্ৰান্ত হৈছে এই ভয়াৱহ ৰোগত?

মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.