• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

4 years ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

12 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

1 hour ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

10 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

10 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

11 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

12 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

13 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

13 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

14 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

14 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

15 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

editor by editor
November 14, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাস্পতাল নে বিয়াৰ মঞ্চ! দেখিলে ধৰিবই নোৱাৰি। গোটেই হাস্পতালখনেই সজাই তোলা হৈছে। হাস্পতালৰ চৌপাশে ৰোগীৰ সলনি দেখা গৈছে নতুন পোছাক পিন্ধা অতিথি। তাৰ মাজতেই হাঁহিমুখে হুইলচেয়াৰত বহি সকলোকে মাত লগাই ফুৰিছে এগৰাকী সুন্দৰী যুৱতীয়ে। এয়া কোনো চিনেমাৰ শ্বুটিঙো নহয়। নিজৰ প্ৰিয়তমা প্ৰেয়সীৰ শেষ ইচ্ছা পূৰণৰ চেষ্টাহে চলাইছে প্ৰেমিকে।

দক্ষিণ লণ্ডনৰ ক্ৰিষ্টি আৰু এলেক্স দুয়ো সৰুৰে পৰাই বন্ধু আছিল। কৈশোৰত সেই বন্ধুত্বত পোখা মেলিলে প্ৰেমে। তাৰ পিছতেই যৌবন, দুয়ো দেখিবলৈ আৰম্ভ কৰিলে যুৰীয়া জীৱনৰ সপোন। সুদীৰ্ঘ ১০ বছৰ ধৰি দুয়ো একেলগে আছে। কোলা শুৱাই দুয়োৰে মাজলৈ আহিছে এটি কণমানিও। কিন্তু বিধিৰ বিপাক খণ্ডাব কোনে? দুয়োৰে সুখৰ সংসাৰলৈ নামি আহিল অমানিশা।

হঠাতেই ক্ৰিষ্টিৰ হাতৰ তলত এটা সৰু ফোঁহা উঠিল। প্ৰাথমিক পৰ্যায়ত ক্ৰিষ্টিয়ে সেয়া অৱহেলা কৰি আছিল। কিছুদিন পিছত ফোঁহাটো বাঢ়ি থকাত চিকিৎসকৰ কাষ চাপে ক্ৰিষ্টি। চিকিৎসকে পৰীক্ষা কৰি টিউমাৰ বুলি কোৱাৰ লগতে ছাৰ্জাৰীৰ জৰিয়তে সেয়া ঠিক হৈ যাব বুলি জনায়। কিন্তু শেষলৈ গম পালে সেয়া ক্ৰিষ্টিৰ সাধাৰণ ফোঁহা নহয় তেওৰ শৰীৰত বাঢ়ি আহিছে মাৰাত্মক কৰ্কট। তথাপিও চিকিৎসকে জনালে যে চিকিৎসাৰ জৰিয়তে ইয়াক নিৰ্মূল কৰিব পৰা যাব। কিন্তু চিকিৎসা চলি থাকিল যদিও দিনকদিনে ভাঙি আহিল ক্ৰিষ্টিৰ দেহ। হয়তো ক্ৰিষ্টি আৰু খুব দিনৰ অতিথি এই পৃথিৱীত। সেয়ে প্ৰেমিক এলেক্সে সিদ্ধান্ত লয় দুয়োৰে বাকদান সম্পন্ন কৰাৰ। অসুস্থ ক্ৰিষ্টিক লৈ বিখ্যাত পাৰ্ক ডিজনিলেণ্ডলৈ যায় এলেক্স। কিয়নো প্ৰেয়সীৰ আশা এই বিখ্যাত পাৰ্কতেই বাকদান সম্পন্ন কৰাৰ। তাতেই দুয়োৱে বাকদান সম্পন্ন কৰিছে। দুয়োৰে বাকদানৰ ফটো নেট দুনীয়াত ভাইৰেলো হৈ পৰিছে।

উল্লেখ্য যে বাকদানৰ মাজতেই অসুস্থ হৈ পৰা ক্ৰিষ্টিক হাস্পতাললৈ লৈ অহা হয়। চিকিৎসকে জনোৱা অনুসৰি হাতত সময় বহুত কম। ক্ৰিষ্টিয়েও বিদায় ল’ব বুলি বুজি উঠিছে। শেষ ইচ্ছা বিয়াখনহে। সেয়ে এলেক্সে সিদ্ধান্ত লয় বিয়াখনো পাতি লোৱাৰ। ভৱামতেই হাস্পতালতেই বিয়াৰ আয়োজন কৰে এলেক্সে। অসুস্থ প্ৰেয়সীক হাস্পতালৰ পৰা বাহিৰলৈ লৈ যাবলৈও অপাৰগ কিয়নো চিকিৎসকে কোনো কাৰণতে লৈ যোৱাৰ অনুমতি নিদিয়ে। সেয়ে হাস্পতালৰ ৰোগীসকলৰ উপস্থিতিতেই দুয়োৰে বিবাহ সম্পন্ন হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
Next Post
ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ...

‘ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে…

'ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.