• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে…

‘ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে…

4 years ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

31 minutes ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

1 hour ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

14 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

15 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

15 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

16 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

17 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

19 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

19 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

20 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে…

editor by editor
November 15, 2022
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
‘ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে…
0
SHARES
7.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লিভ ইন ৰিলেশ্ব্যনচিপত থাকোতেই সংগীক হত্যা কৰিছিল আফতাব আমিন পুুনুৱালাই। এই হত্যাকাণ্ডৰ খবৰ এতিয়া দেশজুৰি চৰ্চিত। প্ৰেয়সী শ্ৰদ্ধাৰ দেহটো ৩৫টা খণ্ডত কাটি টুকুৰা টুকুৰ কৰিছিল ধৃত আফতাবে। ঠাণ্ডা মগজুৰে পৰিকল্পিতভাৱেই এই হত্যকাণ্ড সংঘটিত কৰিছিল আফতাবে। আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ মাজতেই দাঙি ধৰা প্ৰতিবেদনত দিছে বহুকেইটা ভয়ংকৰ তথ্য। আৰক্ষীক দিয়া স্বীকাৰোক্তিত আফতাবে কৈছে যে এই হত্যাকাণ্ড সংঘটিত কৰাৰ আগত বহুকেইখন ৱেব ছিৰিজ চাইছিল। ৱেব ছিৰিজৰ পৰাই কিটিপসমূহ আহৰণ কৰিছিল।

কেনেকৈ হত্যা কৰিছিল শ্ৰদ্ধাক?
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই হত্যাকাণ্ড সংঘটিত হৈছিল ছমাহ পূৰ্বেই। শ্ৰদ্ধা আছিল ২৭ বছৰীয়া আনহাতে ধৃত আফতাবৰ বয়স ২৮ বছৰ। লিভ ইনত থাকোতেই হোৱা তৰ্ক বিতৰ্কৰ মাজতে শ্ৰদ্ধাক মাৰি পেলোৱাৰ সিদ্ধান্ত লয় আফতাবে। ভৱামতেই প্ৰেয়সীক মাৰি ৩৫ টুকুৰাত বিভক্ত কৰে। তাৰ পিছতেই সেই মাংসৰ টুকুৰাসমূহ দিল্লীৰ বিভিন্ন স্থানত দলিয়াই দিয়ে। শ্ৰদ্ধাৰ পিতৃৰ অভিযোগৰ ভিত্তিত আফতাবক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে বহুকেইটা ভয়ংকৰ তথ্য। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৃত আফতাবক। ৫ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে আফতাবক। আৰক্ষীয়ে চলোৱা জেৰাত আফতাবে স্বীকাৰোক্তি দিছে য়ে ‘ডেক্সটাৰ’ নামৰ ৱেব ছিৰিজ চায়েই এই হত্যাকাণ্ড কৰিছিল আফতাবে।

‘ডেক্সটাৰ’ ত কি দেখুওৱা হৈছিল?
আমেৰিকাৰ এই জনপ্ৰিয় ৱেব ছিৰিজটো ২০০৬ চনৰ পৰা ২০১১ চনলৈ চলিছিল। ছিৰিজৰ নায়কৰ নাম আছিল মৰ্গেন ডেক্সটাৰ। চৰিত্ৰ ডেক্সটাৰ আছিল ফৰেনছিক বিজ্ঞানী। অৱসৰৰ সময়ত তেওঁ এটা হত্যাকাণ্ড কৰে। সেই হত্যাকাণ্ডটো কেনেকৈ সকলোৰে দৃষ্টিৰ পৰা লুুকুৱাই ৰাখে তাত দেখুওৱা কিটিপ ব্যৱহাৰ কৰিছিল দিল্লী হত্যাকাণ্ডত জড়িত আফতাবে।

কোন আছিল আফতাব?
আৰক্ষীয়ে প্ৰকাশ কৰা মতে আফতাবৰ ঘৰ মুম্বাইত। প্ৰেয়সী শ্ৰদ্ধাও মুম্বাইৰেই আছিল। এটা কল চেণ্টাৰত কাম কৰাৰ সময়ত দুয়োৰে মাজত চিনাকি হয়। এটা ডেটিং এপৰ মাধ্যমেৰে দুয়োৱে প্ৰথম কথা হৈছিল। দক্ষিণ দিল্লীৰ ডিচিপি অংকিত চৌহানে প্ৰকাশ কৰা মতে, তিনি বছৰ পূৰ্বৰে পৰা দুয়ো লিভিং ৰিলেশ্ব্যনচিপত আছিল। প্ৰথমে দুয়ো একেলগে মুম্বাইত আছিল তাৰপিছত দিল্লীত থাকিবলৈ দুয়ো গুচি আহে। এনেদৰে একেলগে থকাত বিয়াৰ বাবে জোৰ কৰিছিল শ্ৰদ্ধাই। এই বিষয়টোক লৈয়েই দুয়োৰে মাজত প্ৰায়েই বিবাদ হৈছিল।

কেনেকৈ হত্যাকাণ্ডটো কৰিছিল?

ডিচিপি চৌহানে কয়, ‘বিগত ১৮ মে’ত দুয়োৰে মাজত এই তৰ্কই ভয়ংকৰ ৰূপ লয়। খঙতে শ্ৰদ্ধাৰ ডিঙি চেপি ধৰে আফতাবে। ডিঙি চেপি ধৰোতেই শ্ৰদ্ধাৰ মৃত্যু ঘটে। তাৰাপাছতেই আফতাবে শ্ৰদ্ধাৰ দেহটো টুকুৰা টুকুৰ কৰি দিয়ে। টুকুৰাসমূহ কি কৰিব, ক’ত পেলাব সেই আইডিয়াও ৱেব ছিৰিজখনৰ পৰাই লয় আফতাবে। লগে লগেই এটা ফ্ৰিজ কিনি আনে আফতাবে। তাতেই খণ্ডিত টুুকৰাবোৰ ভৰাই থয়। পিছত ১৮ দিন ধৰি ৰাতি ৰাতি দিল্লীৰ বিভিন্ন ঠাইলৈ গৈ এটা এটা টুকুৰা পেলাই থৈ আহে আফতাবে।

ফ্ৰিজত কিমান দিনলৈ ৰাখি থৈছিল মৃতদেহটো?

শ্ৰদ্ধাৰ দেহটো টুকুৰা-টুকুৰ কৰি ফ্ৰিজত সোমোৱাই থয় আফতাবে। মৃতদেহৰ টুকুৰাসমূহ থৈ দিয়া ৰুমটোতেই নিশা কটাই আফতাবে। সদায়ে ফ্ৰিজত থৈ দিয়া শ্ৰদ্ধাৰ কটা মূৰটো উলিয়াই চায়। দেহৰ সকলো টুকুৰা পেলাই শেষ হোৱাৰ অন্তত ফ্ৰিজটো ধুই চাফা কৰি ৰুমতেই সোমোৱাই থয় আফতাবে। উল্লেখ্য যে শ্ৰদ্ধাৰ পূৰ্বেও বহু নাৰীৰে সম্পৰ্ক ৰাখিছিল আফতাবে। ছেপ্টেম্বৰ মাহত শ্ৰদ্ধাৰ এজন বন্ধুয়ে শ্ৰদ্ধাৰ পিতৃ মাতৃক জনাই যে, শ্ৰদ্ধাৰ বহুদিন ধৰি কোনো শুংসুত্ৰ নাই। আনকি তাইৰ ফোনটোও অফ আছিল। তাৰ পিছতেই শ্ৰদ্ধাৰ পৰিয়ালে ফেচবুকত শ্ৰদ্ধাক বিচাৰে কিন্তু তেই একাউণ্টটো প্ৰায় আঢ়ৈ মাহ ধৰি একো পষ্ট নাই। শেষত নৱেম্বৰ মাহলৈ শ্ৰদ্ধাৰ একো খবৰেই উলিয়াব নোৱাৰি পিতৃ আৰক্ষীৰ কাষ চাপে। আফতাবৰ সৈতে কন্যাৰ সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে পিতৃয়ে। পিতৃৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত আফতাবক। জেৰাত আফতাবে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
Next Post
কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

ডেংগুত শিশুৰ আক্ৰান্তৰ হাৰ বাঢ়িছে! কোনকেইটা লক্ষণলৈ নজৰ দিব?

ডেংগুত শিশুৰ আক্ৰান্তৰ হাৰ বাঢ়িছে! কোনকেইটা লক্ষণলৈ নজৰ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.