• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

2 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

2 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

4 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

4 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

4 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

5 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

5 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

6 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

7 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

7 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

editor by editor
November 15, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদৰ খবৰে তোলপাৰ লগাই থকাৰ মাজতেই আজি ছানিয়া মিৰ্জাৰ ওপজা দিন। ওপজা দিনটোত ছানিয়াক স্বামী ছোৱেইবে শুভেচ্ছা দিলেনে তাকে জানিবলৈ উদ্বাউল হৈ আছে অনুৰাগী। চৰ্চাৰ মাজতে বহুতেই দাবী কৰি আহিছে ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদ ইতিমধ্যে ঘটিছে। কিন্তু এই উৰাবাতৰিক লৈ দুয়োৱে মুখ খুলা নাই। কিন্তু চৰ্চাবোৰ চলি থকাৰ মাজতেই ছানিয়াৰ স্বামী ছোৱেইবে ছানিয়াক জনাইছে ওপজা দিনৰ শুভেচ্ছা। টুইটযোগে স্বামীয়ে শুভেচ্ছা জনাই লিখিছে, ‘তোমাৰ জীৱনটো সুখৰ হওক।’

আজি ছানিয়াৰ ৩৬ সংখ্যক ওপজা দিন। ভাৰতীয় টেনিছ তাৰকাগৰাকীক টুইটাৰযোগে শুভেচ্ছা জনাইছে স্বামী ছোৱেইবে। পাক ক্ৰিকেটাৰগৰাকীয়ে শুভেচ্ছা জনাই লিখিছে, ‘ছানিয়া তোমাৰ আজি শুভ জন্মদিন। এই ওপজা দিনৰ প্ৰাকক্ষণত তোমালৈ মোকো অলেখ শুভকামনা। তোমাৰ জীৱন সুখময় হওক। জীৱনটোক উদযাপন কৰি যোৱা।’ মাত্ৰ তিনি লাইন টুইট কৰিয়েই স্বামী ছোৱেইবে শুভেচ্ছা জনালে তেওঁৰ পত্নী ছানিয়াক।

সঁচাকৈ বিচ্ছেদ হৈছে নেকি ছানিয়া-ছোৱেইবৰ?

সঁচাকৈয়ে দুয়োৰে মাজৰ সম্পৰ্ক স্বাভাৱিক নে? কোনো সমস্যা নাই বাবেই এনেদৰে শুভেচ্ছা জনালে নেকি স্বামীয়ে? এনে বহু প্ৰশ্ন এতিয়া নেটিজেনে কৰিছে। বিচ্ছেদৰ উৰাবাতৰি চলি থাকোতেই ছানিয়া-ছোৱেইবে একেলগে এটা বিশেষ শ্ব’ত চুক্তিবদ্ধও। ‘উৰ্দুফ্লিক্স’ নামৰ এটা অটিটি প্লেটফৰ্মত এই শ্ব আহি থকাৰ কথা ঘোষণা কৰিছিল ছানিয়া-ছোৱেইবৰ ঘনিষ্ট একাংশই। অনুষ্ঠানটোৰ নামো ঘোষণা কৰিছিল অটিটি প্লেটফৰ্মত। নাম দিছিল, ‘দ্যা মিৰ্জা মালিক শ্ব’। সূত্ৰমতে এই শ্বটোৰ বাবেই দুয়োৱে বিচ্ছেদৰ কথা ৰাজহুৱা কৰা নাই। কাৰণ দুয়ো শ্বটোৰ বাবে চুক্তিবদ্ধ। ইফালে ছানিয়া-ছোৱেইবৰ ঘনিষ্ট এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰা মতে দুয়োৰে বিচ্ছেদ ইতিমধ্যেই হৈছে। দুয়ো পৃথকেই থাকে। শেষত মঙলবাৰে ছোৱেইবৰ পষ্টটো দেখা মাত্ৰকেই নেটিজেনে কৈছে দুয়ো পৃথক হৈছে এই কথা পষ্টটোৱেই প্ৰমাণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
Next Post
‘ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে…

'ফ্ৰিজত থওঁতে শ্ৰদ্ধাৰ কটা মূৰটো সদায়ে চাইছিলো, ময়েই তাইক হত্যা কৰিছো’, ৱেব ছিৰিজ চায়েই প্ৰেয়সীক মাৰি ৩৫ টুকুৰা কৰিছিল আফতাবে...

কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.