• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰে আহিব ছান্তাক্লজ! পিছে বৰদিনত উপহাৰ কঢ়িওৱা ছান্তাৰ প্ৰকৃত ঘৰ ক’ত? ছান্তাৰ গাঁৱত আজিও আছে এনে কিছুু নিয়ম…

ঘৰে ঘৰে আহিব ছান্তাক্লজ! পিছে বৰদিনত উপহাৰ কঢ়িওৱা ছান্তাৰ প্ৰকৃত ঘৰ ক’ত? ছান্তাৰ গাঁৱত আজিও আছে এনে কিছুু নিয়ম…

4 years ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

1 hour ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

2 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

2 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

3 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

16 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

16 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

17 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

18 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

19 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰে ঘৰে আহিব ছান্তাক্লজ! পিছে বৰদিনত উপহাৰ কঢ়িওৱা ছান্তাৰ প্ৰকৃত ঘৰ ক’ত? ছান্তাৰ গাঁৱত আজিও আছে এনে কিছুু নিয়ম…

editor by editor
December 24, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিশ্ব, ভাৰত
0
ঘৰে ঘৰে আহিব ছান্তাক্লজ! পিছে বৰদিনত উপহাৰ কঢ়িওৱা ছান্তাৰ প্ৰকৃত ঘৰ ক’ত? ছান্তাৰ গাঁৱত আজিও আছে এনে কিছুু নিয়ম…
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰদিন। বিশ্বৰ সকলোপ্ৰান্ততেই এতিয়া বৰদিনৰ উছাহ। বৰদিনতেই প্ৰভু যীশুখৃষ্টৰ জন্ম। যীশুখৃষ্টৰ জন্মদিন হিচাপে এই দিনটোক পালন কৰা হ’লেও শিশুৰ মনত কিন্তু এই দিনটো কেৱল উপহাৰ পোৱাৰহে বিশেষ দিন।

শিশুক উপহাৰ দিবলৈ ৰঙা চোলা, দীঘল দাড়িৰে টুপি পৰিহিত এজন বৃদ্ধ আহে প্ৰত্যেকবছৰেই। নাম ছান্তা ক্লজ। বগা হৰিণৰ স্লেজ গাড়ীৰে প্ৰত্যেকবছৰেই শিশুৰ বাবে উপহাৰ কঢ়িয়াই বৰদিনত উপস্থিত হয়হি ছান্তা ক্লজ। শিশুমনত ছান্তা মানেই বিশেষ। কিন্তু প্ৰত্যেক বছৰেই বৰদিনত চৰ্চা লভা এই ছান্তাৰ চৰ্চা কেতিয়াৰে পৰা আৰম্ভ হৈছিল? কোন দেশৰ বাসিন্দা আছিল ছান্তা?

লোকবিশ্বাস মতে ছান্তাৰ ঘৰ ফিনলেণ্ডৰ এখন গাৱঁত। ফিনলেণ্ডৰ লেপলেণ্ড এলেকাকৰ ৰোভানিমি গাওঁৰ বাসিন্দা ছান্তা। এই গাঁৱখন বছৰৰ সকলোসময়তে বৰফেই ঢাকি ৰাখে। এই বিশেষ গাঁৱখনে চৰকাৰীভাৱেই ছান্তাৰ গাওঁ হিচাপে স্বীকৃতি লাভ কৰিছে। এই গাঁৱতেই ছান্তাই বৰদিনত শিশুক উপহাৰ দিবলগীয়া সকলো সামগ্ৰী সাজু কৰে। চান্তাৰ এই গাৱঁত বৰদিন আৰম্ভ হয় ২৩ ডিচেম্বৰৰ পৰাই। ‘ছান্তা ইজ অন দ্যা ৱে’ নামৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই গাঁৱত বাস কৰা প্ৰত্যেকজন মানুহেই সুখী মানুহ। এই গাঁৱত বহুকেইকন জনপ্ৰিয় ৰেষ্টোৰাও আছে।

ছান্তাৰ এই গাৱঁত বৰ্তমানো চিঠি লিখাৰ পৰম্পৰা অব্যাহত আছে। প্ৰত্যেকবছৰেই এই গাঁৱৰ বাসিন্দাই ছান্তা সাজি শিশুৰ বাবে বিশেষ চিঠিও লিখা পৰিলক্ষিত হয়। ছান্চতাৰ পৰম্পৰা জীয়াই ৰখা হেতুকে এই গাঁৱক ছান্তাৰেই গাওঁ বুলি অভিহিত কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
নতুন বৰ্ষলৈ মাজত কেইটামান দিন, নতুন বছৰত কৰক এইকেইটা কাম সমৃদ্ধিৰে ভৰি পৰিব জীৱন…

নতুন বৰ্ষলৈ মাজত কেইটামান দিন, নতুন বছৰত কৰক এইকেইটা কাম সমৃদ্ধিৰে ভৰি পৰিব জীৱন...

বিমান যাত্ৰা কৰিব? বিমান যাত্ৰীৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ে দিছে বিশেষ ৫টা নিৰ্দেশনা…

বিমান যাত্ৰা কৰিব? বিমান যাত্ৰীৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ে দিছে বিশেষ ৫টা নিৰ্দেশনা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.