• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ…কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ…কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

editor by editor
January 5, 2023
in বিশ্ব, ভাৰত, শিক্ষা
0
আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ…কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?
0
SHARES
597
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিক্ষাক লৈ সচেতনতা বাঢ়িছে বিশ্ববাসীৰ। স্কুল-কলেজৰ সংখ্যা যেনেকৈ বৃদ্ধি হৈছে তেনেকৈয়ে বাঢ়িছে শিক্ষিতৰো সংখ্যা। প্ৰত্যেকটো পৰিয়ালেই নিজৰ সন্তানক শিক্ষিত কৰি তুলিবলৈ যত্ন কৰে। ইয়াৰ মাজতেই সমগ্ৰ পৃথিৱীৰ শিক্ষিতৰ তালিকা প্ৰকাশ কৰিছে এটা সংস্থাই৷ কিন্তু এই তালিকাত এক বা দুই নম্বৰত নাই আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰ৷ কোন দেশত শিক্ষিতৰ হাৰ বেছি জানেনে?

অৰগেনাইজেশ্যন ফৰ ইকনমিক ক’-অপাৰেশ্যন এণ্ড ডেভলপমেণ্ট(OECD) য়ে প্ৰকাশ কৰা সমীক্ষাত শিক্ষাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে কানাডা৷ কানাডাৰ ৫৯.৯৬ শতাংশ মানুহেই শিক্ষিত৷ আনহাতে শিক্ষিতৰ তালিকাত দ্বিতীয় স্থানত আছে জাপান৷ জাপানত ৫২.৬৮ শতাংশ মানুহেই শিক্ষিত৷ তৃতীয় স্থানত আছে লুক্সেমবাৰ্গ৷ শিক্ষিতৰ তালিকাত আমেৰিকা আছে ৬ নম্বৰত৷ ব্ৰিটেইন আছে ৮ নম্বৰ স্থানত৷ শিক্ষিতৰ দৌৰত আমেৰিকাৰ আগত আছে চাউথ কোৰিয়া৷ শিক্ষিত দেশৰ তালিকাত চাউথ কোৰিয়া ৪ নম্বৰত আছে৷ ইজৰাইল আছে ৫ নম্বৰত৷ ৭ নম্বৰত আছে আয়াৰলেণ্ড৷

শিক্ষিত দেশৰ তালিকাত ভাৰতৰ স্থান কিমান নম্বৰত?

পৃথিৱীৰ শিক্ষিত ১০ খন দেশৰ মাজত ভাৰতে স্থান পোৱা নাই৷ OECD-ৰ ৰিপৰ্টমতে ভাৰতৰ মুঠ ১৩০ কোটি জনতাৰ মাত্ৰ ২০.৪ শতাংশ মানুহে স্কুল-কলেজৰ সৈতে জড়িত৷ অৰ্থাৎ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা লোকৰ সংখ্যা ভাৰতত মাত্ৰ ২০.০৪ শতাংশ৷ ভাৰতৰ ৭ খন ৰাজ্যত শিক্ষিতৰ হাৰ অতি কম৷ আনহাতে দেশৰ শিক্ষিত ৰাজ্যৰ তালিকাত প্ৰথমেই আছে কেৰালা৷ সমগ্ৰ বিশ্বৰ শিক্ষিতৰ পৰিসংখ্যা যদি চাওঁ তেন্তে পৃথিৱীৰ মাত্ৰ ৩৯ শতাংশ মানুহেহে বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়ন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
চিকিৎকৰ পৰ্যবেক্ষণতেই আছে ছোনীয়া গান্ধী! কি ৰোগত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী?

কাৰাগাৰৰ ভিতৰত উদ্দাম সঙ্গম! বন্দী আছামীৰ সৈতে সম্পৰ্ক গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ তিনিগৰাকী মহিলাৰক্ষী…

কাৰাগাৰৰ ভিতৰত উদ্দাম সঙ্গম! বন্দী আছামীৰ সৈতে সম্পৰ্ক গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ তিনিগৰাকী মহিলাৰক্ষী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন